• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন; কেনে আছে অভিনেত্ৰীগৰাকী?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 2, 2023 6:49 pm
150
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন হৃদৰোগত আক্ৰান্ত হৈছে। দুদিন আগতে তেওঁ আক্ৰান্ত হৈছিল যদিও বৃহস্পতিবাৰেহে বাতৰিটো পোহৰলৈ আহে। বাতৰি অনুসৰি তেওঁ এঞ্জিওপ্লাষ্টি কৰাইছিল। হৃদপিণ্ডত ষ্টেণ্ট বহুওৱা হৈছে। সকলোকে আশ্বাস দি সুস্মিতাই কৈছে যে তেওঁ এতিয়া সুস্থ আছে।

প্ৰাক্তন মিছ ইউনিভাৰ্ছগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “দুদিন পূৰ্বে মই হৃদৰোগত আক্ৰান্ত হৈছিলো। এঞ্জিওপ্লাষ্টি কৰা হৈছে। ষ্টেণ্টটো বহুওৱা হৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ হৃদৰোগ বিশেষজ্ঞই নিশ্চিত কৰিছে যে মোৰ হৃদযন্ত্ৰটো ডাঙৰ।‘’

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “এই পোষ্টটোৰ উদ্দেশ্য হৈছে আপোনালোকক ভাল খবৰ দিয়া। সকলো ঠিকেই আছে। মই আকৌ জীৱনৰ বাবে সাজু।‘’ তেওঁ এই কঠিন সময়ত তেওঁৰ কাষত থিয় দিয়া সকলোকে ধন্যবাদ জনাইছিল।

সুস্মিতা সদায় ফিটনেছ সচেতন আছিল। তেওঁ বিভিন্ন সময়ত তেওঁৰ ব্যায়ামৰ বিভিন্ন ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। স্বাভাৱিকতে, অনুৰাগীসকলে তেওঁৰ দৰে ফিট ব্যক্তি হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰক লৈ চিন্তিত হৈ পৰিছে। বহুতে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

এই মুহূৰ্তত সুস্মিতাৰ হাতত আছে ৱেব ছিৰিজ ‘আৰোগ্য ৩’ৰ কাম । তেওঁক ট্ৰেন্সজেণ্ডাৰ সমাজকৰ্মী গৌৰীৰ জীৱন সম্পৰ্কীয় এখন চলচ্চিত্ৰ ‘টালি’ত দেখা যাব।

Recent News

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

নলবাৰীত ভৰা লুইতত ভয়ংকৰ নাও দুৰ্ঘটনা, সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰৱেশাধিকাৰ দাবীৰে বিদেশী শিক্ষাৰ্থীক পুনৰ ভিছা প্ৰদানৰ চৰ্ত বান্ধি দিলে ট্ৰাম্প প্ৰশাসনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd