• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি জম্মু কাশ্মীৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2023 8:59 pm
Man Kills Live-In Partner
75
VIEWS
Share on FacebookShare on Twitter

পুনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ দৰেই আন এটা জঘন্য ঘটনা সংঘটিত হৈছে জম্মু–কাশ্মীৰৰ বদগামত। ত্ৰিশ বছৰীয়া এগৰাকী মহিলাক হত্যা কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি কেইবা ঠাইতো মৃতদেহ পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ অভিযুক্তগৰাকীৰ নাম শ্ববিৰ।

আৰক্ষীৰ মতে, জেৰাৰ সময়ত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। তথ্য অনুসৰি যোৱা ৮ মাৰ্চত মহিলাগৰাকীৰ ভাতৃ তনবীৰ আহমেদ খানে ভগ্নী নিৰুদ্দেশ হোৱা বুলি থানাত এটা গোচৰ দাখিল কৰিছিল।

অভিযোগত তনবীৰে কয় যে তেওঁৰ ভগ্নী যোৱা ৭ মাৰ্চত কোচিং চেন্টাৰ এটালৈ গৈছিল। কিন্তু ক্লাছ শেষ কৰি ঘৰলৈ উভতি অহা নাছিল তনবীৰৰ ভগ্নী। ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো তেওঁ ঘৰলৈ উভতি নহাত যোৱা ৮ মাৰ্চত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে তনবীৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে শ্ববিৰ সহিতে কেইবাজনো সন্দেহযুক্ত লোকক সোধাপোচা কৰে। শ্ববিৰৰ কথাত সামঞ্জস্য বিচাৰি নাপাই আৰক্ষীৰ সন্দেহৰ সৃষ্টি হয়। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা কৰে। তেতিয়াই শ্ববিৰে মহিলাগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীৰ মতে, মহিলাগৰাকীক হত্যা কৰাৰ পিছত শ্ববিৰে প্ৰমাণ লুকুৱাবলৈ মৃতদেহটো টুকুৰা টুকুৰ কৰি কেইবাটাও স্থানত মৃতদেহৰ অংগ পুতি থয়। শ্ববিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সেই স্থানসমূহৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।

Recent News

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd