• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইয়াকেই কয় শত্ৰু! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোন ধ্বংস কৰা পাইলটসকলক পুৰস্কৃত কৰিব ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2023 3:22 pm
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

163
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াই কৃষ্ণসাগৰৰ আকাশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা ড্ৰোন ধ্বংস কৰা পাইলটসকলক পুৰস্কৃত কৰিব। শুকুৰবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কথা ঘোষণা কৰিছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই ছুইগুৱে পাইলটসকলক প্ৰশংসা কৰি কয় যে মস্কোলৈ উৰণৰ বাবে নিষিদ্ধ কৰা অঞ্চলটোত ড্ৰোন উৰা প্ৰতিহত কৰাৰ বাবে পাইলটসকলক ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হ’ব।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মস্কোৱে আৰোপ কৰা নিষেধাজ্ঞাসমূহ “আন্তৰ্জাতিক নিয়ম অনুসৰি” আছিল।

লগতে পঢ়ক: ডিজিটেল সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহী

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছে যে মঙলবাৰে ৰাছিয়াৰ যুদ্ধবিমানৰ সৈতে সংঘৰ্ষত এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা ড্ৰোন ধ্বংস হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে ৱাশ্বিংটনত ৰাছিয়াৰ ৰাষ্ট্ৰদূতক মাতি পঠিয়াই প্ৰতিবাদ কৰিছে।

অৱশ্যে, ৰাছিয়াৰ যুদ্ধবিমানৰ সৈতে আমেৰিকাৰ ড্ৰোনৰ পোনপটীয়া সংঘৰ্ষৰ অভিযোগ অস্বীকাৰ কৰিছে ৰাছিয়াই।

লগতে পঢ়ক: অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা

দেশখনে দাবী কৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোনক ক্ৰিমিয়াৰ সীমান্তৰ ওচৰলৈ আহিবলৈ বাধা দিয়া হৈছিল। সেই সময়ত, ক্ষিপ্ৰ টাৰ্ণ ল’বলৈ চেষ্টা কৰোঁতে ড্ৰোনখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল বুলি ৰাছিয়াই দাবী কৰিছিল।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd