• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত গণতন্ত্ৰ বৰ্তি থকাৰ বাবে মুক্ত হৈ থাকিব লাগিব সংবাদ মাধ্যম: মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

আদালতৰ পূৰ্বেই মিডিয়া ট্ৰায়েলেৰে অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিষয়ত উদ্বেগ প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2023 3:56 pm
CJI Chandrachud
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন গণতান্ত্ৰিক দেশ হিচাপে ভাৰতৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ মুক্ত হৈ থাকিব লাগিব দেশৰ সংবাদ মাধ্যম। সুস্থ গণতন্ত্ৰত সাংবাদিকতাক সদায় শাসকক কঠিন প্ৰশ্ন কৰা প্ৰতিষ্ঠান হিচাপে আগুৱাবলৈ দিয়া উচিত। যেতিয়াই সংবাদ মাধ্যমৰ এই পথত বাধা দিয়া হয়, তেতিয়াই গণতন্ত্ৰৰ সৈতে আপোচ কৰা হয়। এই মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

বুধবাৰে ১৬ সংখ্যক ৰামনাথ গোৱেংকা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোকপাত কৰে। তেওঁ দায়িত্বশীল সাংবাদিকতাক গণতন্ত্ৰক উন্নত ভৱিষ্যতৰ দিশত আগুৱাই নিয়া ইঞ্জিন বুলি অভিহিত কৰে।

Apply Now

সংবাদ মাধ্যমে পৰিৱেশন কৰা ভুৱা বাতৰিয়ে সমাজৰ সম্প্ৰদায়সমূহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আৰু তেনেকৈয়ে গণতান্ত্ৰিক মূল্যবোধ বিপন্ন কৰিব পাৰে বুলি আঙুলিয়াই দিয়ে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে। তেওঁ কয়, “দায়িত্বশীল সাংবাদিকতাই হৈছে গণতন্ত্ৰক উন্নত ভৱিষ্যতৰ দিশত আগুৱাই নিয়া ইঞ্জিন। ডিজিটেল যুগত সাংবাদিকসকলে নিজৰ প্ৰতিবেদনত সঠিক, নিৰপেক্ষ, দায়িত্বশীল আৰু নিৰ্ভীক হোৱাটো পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।”

জৰুৰীকালীন অৱস্থাৰ কথা সোঁৱৰি চন্দ্ৰচূড়ে কয় যে ১৯৭৫ চনৰ ২৫ জুন আমাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। এই সময় যথেষ্ট ভয়ংকৰ আছিল যদিও নিৰ্ভীক সময়ে নিৰ্ভীক সাংবাদিকতাৰ জন্ম দিয়ে বুলি মন্তব্য কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ লগতে সত্য আৰু মিথ্যাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি সোঁৱৰাই দিয়ে।

“দেশখন গণতন্ত্ৰ হিচাপে বৰ্তি থাকিবলৈ হ’লে সংবাদ মাধ্যম মুক্ত হৈ থাকিব লাগিব। বাতৰি কাকতসমূহে ঐতিহাসিকভাৱে সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰি আহিছে” বুলি উল্লেখ কৰি তেওঁ লগতে ভুৱা বাতৰিয়ে পথ বা বিপথে পৰিচালিত কৰিব পাৰে বাবে এক ব্যাপক তথ্য পৰীক্ষা ব্যৱস্থা স্থাপন কৰা প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে।

ডি ৱাই চন্দ্ৰচূড়ে লগতে সংবাদ মাধ্যমে অভিযুক্তৰ ওপৰত চলোৱা নিজা বিচাৰৰ কথা উল্লেখ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে। আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পূৰ্বেই সংবাদ মাধ্যমে এজন অভিযুক্তক জনসাধাৰণৰ দৃষ্টিত দোষী সাব্যস্ত কৰাৰ এনে কিছুমান দৃষ্টান্ত আছে বুলি আঙুলিয়াই দি ইয়াৰ ফলত ব্যক্তিগৰাকীৰ জীৱনৰ লগতে আইনী প্ৰক্ৰিয়াৰ ওপৰতো দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে বুলি সকীয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

October 30, 2026 5:00 pm
সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm
ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

October 30, 2026 5:00 pm
সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd