• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত জোড়ো যাত্ৰা আৰু আদানী কেলেংকাৰীৰ মূল্য দিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে! অভিযোগ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2023 6:56 am
Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ খাৰিজ কৰাক কেন্দ্ৰ কৰি শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ দলে। আদানী কেলেংকাৰীৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ বাবে ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ বাবেই ৰাহুল গান্ধীয়ে মূল্য দিবলগীয়া হৈছে বুলি অভিযোগ কৰিছে কংগ্ৰেছে।

কংগ্ৰেছ দলে লগতে এই যুঁজখন ৰাহুল গান্ধীৰ ‘কৌশিশ’ অৰ্থাৎ প্ৰয়াস বনাম প্ৰধানমন্ত্ৰী মোদীৰ ‘সাজিছ’ অৰ্থাৎ ষড়যন্ত্ৰৰ মাজত বুলি দাবী কৰে। দলৰ জেষ্ঠ্য নেতা জয়ৰাম ৰমেশে কয় যে ভাৰত জোড়ো যাত্ৰাই দলৰ কৰ্মীসকলক উৎসাহী কৰি তুলিছিল আৰু ভৱিষ্যতৰ বাবে পথ দেখুৱাইছিল। সেয়ে এই যাত্ৰাক লৈ বিজেপিয়ে ভয় খোৱা বা আতংকিত হোৱাটো স্পষ্ট বুলি দাবী কৰে ৰমেশে।

Apply Now

দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেলত জয়ৰাম ৰমেশে ৰাহুল গান্ধীক চুৰাটৰ আদালতে দোষী সাব্যস্ত কৰা আৰু পৰৱৰ্তী সময়ত তেওঁক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাটো আইনী সমস্যাৰ লগতে ৰাজনৈতিক বিষয়ো বুলি পুনৰ দোহাৰে। তেওঁ কয়, ‘মাহৰ পিছত মাহ ধৰি বিজেপিয়ে ভাৰত জোড়ো যাত্ৰাক বদনাম কৰিবলৈ চেষ্টা চলাইছিল।”

“ভাৰত জোডো যাত্ৰাৰ সফলতাৰ মূল্য দিবলগীয়া হৈছে ৰাহুল গান্ধীয়ে। ২০১৪ চনৰ পৰা ৰাহুল গান্ধীয়ে সংসদৰ ভিতৰত আৰু বাহিৰত মোডী চৰকাৰৰ নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে। এতিয়া তেওঁ আদানী মেগা কেলেংকাৰীৰ বাবেও মূল্য দিবলগীয়া হৈছে।”– ৰমেশে লগতে কয়। তেওঁ লগতে আদানী বিষয়ত বিৰোধীৰ ঐক্যই বিজেপিক ক্ষুব্ধ কৰি তুলিছে বুলিও দাবী কৰে।

“সংসদত ৰাহুল গান্ধীৰ ৫০ মিনিটৰ ভাষণৰ পিছৰে পৰা ৫ ফেব্ৰুৱাৰীৰ পৰা ১৫ টা দল একত্ৰিত হৈ যুটীয়া সংসদীয় সমিতিৰ আহ্বান জনোৱাৰ কাৰ্যই বিজেপিক ভয় খুৱাইছে। ৰাহুল গান্ধীয়ে ইয়াৰ বাবে মূল্য পৰিশোধ কৰিবলগীয়া হৈছে, কিয়নো বিজেপিয়ে আদানী বিষয়ৰ পৰা জনসাধাৰণক আঁতৰাই আনিব বিচাৰিছে।”– জেষ্ঠ্য কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd