• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত আইএছ-ৰ আত্মঘাতী আক্ৰমণত নিহত ৬ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 12:08 pm
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

114
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত ইছলামিক ষ্টেটৰ এক আত্মঘাতী আক্ৰমণত ৬জন নাগৰিক নিহত আৰু কেইবাজনো লোক আহত হৈছে।  আভ্যন্তৰীণ মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত এই বছৰত দ্বিতীয়টো আক্ৰমণ।

বিষয়াসকলৰ মতে, কাবুলত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ সমীপত এজন আত্মঘাতী বোমাৰুৱে বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত ৬জন লোক নিহত হৈছে, যিটো এই বছৰ মন্ত্ৰালয়ৰ ওচৰত হোৱা দ্বিতীয়টো আক্ৰমণ।

লগতে পঢ়ক: বন্ধ নহয় যুদ্ধ! প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক

মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল নাফি তাকোৰে সোমবাৰে টুইট কৰি কয়, “আক্ৰমণকাৰীজনক আফগান বাহিনীয়ে লক্ষ্য কৰি লৈছিল যদিও তেওঁ কঢ়িয়াই অনা বিস্ফোৰক বিস্ফোৰণ ঘটাৰ ফলত ৬জন সাধাৰণ লোক নিহত হোৱাৰ লগতে  আন কেইবাজনো লোক আহত হয়।”

কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে কয় যে আত্মঘাতী বোমাৰুজনক মন্ত্ৰালয়ৰ ওচৰৰ এটা নিৰাপত্তা চেকপইণ্টত চিনাক্ত কৰা হৈছিল। তেওঁ কয়, “মালিক অছগৰ চকত… লক্ষ্যত উপনীত হোৱাৰ আগতে এটা চেকপইণ্টত এজন আত্মঘাতী বোমাৰু চিনাক্ত কৰা হৈছিল আৰু তেওঁক হত্যা কৰা হৈছিল যদিও তেওঁৰ লগত থকা বিস্ফোৰকৰ বিস্ফোৰণ ঘটে।”

লগতে পঢ়ক: আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

মুখপাত্ৰজনে সন্ত্ৰাসবাদীৰ লক্ষ্যৰ নাম উল্লেখ কৰা নাই যদিও বিস্ফোৰণটো চহৰখনৰ এটা ব্যস্ত এলেকাৰ এটা চেকপইণ্টৰ ওচৰত সংঘটিত হৈছিল য’ত এটা কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজত থকা পথ আছিল। তাত বৈদেশিক মন্ত্ৰালয়কে ধৰি কেইবাটাও চৰকাৰী ভৱন আছে। জাদৰানে কয় যে আহতসকলৰ ভিতৰত তালিবানৰ নিৰাপত্তা বাহিনীৰ তিনিজন সদস্যও আছে। ইপিনে, ইছলামিক ষ্টেটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd