• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ নহয় যুদ্ধ! প্ৰতিশ্ৰুতি অনুসৰি জাৰ্মানীয়ে ইউক্ৰেইনক দিলে ১৮ খন লেপাৰ্ড-২ যুদ্ধ টেংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2023 11:13 am
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীয়ে ইউক্ৰেইনলৈ ১৮ খন যুদ্ধ টেংক প্ৰেৰণ কৰিছে। বাৰ্লিনে সোমবাৰে এক প্ৰতিবেদনত এই তথ্য সদৰী কৰিছে। জাৰ্মানীয়ে ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনক এই টেংক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

লেপাৰ্ড-২ টেংক বিশ্বৰ এক আগশাৰীৰ যুদ্ধ টেংক। জাৰ্মানীৰ সেনা আৰু বহুতো ইউৰোপীয় দেশৰ সশস্ত্ৰ বাহিনীয়ে এই টেংক ব্যৱহাৰ কৰে। এই টেংক ব্যৱহাৰ কৰা ইউৰোপীৰ বাহিৰৰ দেশবোৰৰ ভিতৰত আছে কানাডা আৰু ইণ্ডোনেছিয়া ।

লগতে পঢ়ক: আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

Apply Now

বিশ্বই আফগানিস্তান, কছোভো আৰু চিৰিয়াৰ সংঘৰ্ষত এই ডিজেল ইঞ্জিনযুক্ত যুদ্ধ টেংকৰ ব্যৱহাৰ দেখিছে।

বাতৰি অনুসৰি, শেহতীয়া লেপাৰ্ড টেংক যোৱা শুকুৰবাৰে সীমান্ত অতিক্ৰম কৰি ইউক্ৰেইনলৈ যায়। তদুপৰি, জাৰ্মানীয়ে ইউক্ৰেইনলৈ ৪০ খন মাৰ্ডাৰ পদাতিক বাহনো প্ৰেৰণ কৰিছে।

জাৰ্মান চেঞ্চেলৰ ওলাফ শুল্ট্জে এতিয়া নেডাৰলেণ্ড ভ্ৰমণত আছে। তেওঁ কালি ৰটাৰডামত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে এক যৌথ সংবাদমেল অনুষ্ঠিত কৰিছিল। এই সময়ত শুল্ট্জক ইউক্ৰেইনলৈ টেংক যোগানৰ অগ্ৰগতিৰ বিষয়ে সোধা হৈছিল।

ইয়াৰ প্ৰত্যুত্তৰত জাৰ্মান চেঞ্চেলৰে কয়, “হয়, প্ৰতিশ্ৰুতি অনুসৰি, আমি ইউক্ৰেইনলৈ লেপাৰ্ড টেংক যোগান ধৰিছো। আমি অতি আধুনিক টেংক প্ৰদান কৰিছো।‘’

লগতে পঢ়ক: বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধী-‘প্ৰয়োজন হ’লে মই আঁতৰি যাম, কোনো কাৰণতে মিত্ৰতা নাভাঙিব’

লেপাৰ্ড-২ টেংকৰ বহুতো বৈশিষ্ট্য আছে। ইয়াৰ ডিজাইনবোৰো বেলেগ। এই টেংকখনত নাইট ভিজন সঁজুলি আৰু লেজাৰ ৰেঞ্জ ফাইণ্ডাৰ আছে, যাৰ সহায়ত লক্ষ্যৰ দূৰত্ব জোখা যায়। লেজাৰ ৰেঞ্জ ফাইণ্ডাৰে খহটা ভূখণ্ড বা খহটা মাটিৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত চলমান লক্ষ্য ভালদৰে নিৰীক্ষণ কৰাত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd