• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধী-‘প্ৰয়োজন হ’লে মই আঁতৰি যাম, কোনো কাৰণতে মিত্ৰতা নাভাঙিব’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 28, 2023 9:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই সময়ত বিৰোধী ঐক্য শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি ১৭ টা বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে আন্তৰিক আবেদন জনাইছে। তেওঁ কয় যে বিৰোধীৰ এটা সুযোগ আহিছে। এনে সময়ত, বিৰোধী নেতাসকলে কাৰো বিৰুদ্ধে কথা ক’ব নালাগে। ৰাহুলে কয় যে প্ৰয়োজন হ’লে তেওঁ আঁতৰি যাবলৈয়ো সাজু আছে। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ সুযোগ কোনো ধৰণে হেৰুৱাব নালাগে।

ৰাজনৈতিক সূত্ৰসমূহে জানিবলৈ দিয়া মতে ৰাহুল গান্ধীয়ে সোমবাৰে সন্ধিয়া কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত অনুষ্ঠিত এক বিৰোধী দলৰ সভাত এই মন্তব্য কৰে। তেওঁ কয়, “যদি গণতন্ত্ৰ বাচি থাকে, তেন্তে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ধাৰণাটো ৰক্ষা কৰা সম্ভৱ হ’ব। এয়া হৈছে সময়ৰ যুদ্ধ।”

লক্ষণীয়ভাৱে, সোমবাৰে তৃণমূল কংগ্ৰেছৰ নেতৃত্বইও বৈঠকত উপস্থিত থাকিবলৈ দলৰ দুজন সাংসদক পঠিয়ায়।সভাত ছোনিয়া গান্ধীও উপস্থিত আছিল। ৰাহুলে নিজেই ছোনিয়াক খাৰ্গেৰ বাসভৱনলৈ লৈ গৈছিল। অৱশ্যে, ছোনিয়াই নিজে একো কোৱা নাছিল।

Apply Now

লগতে পঢ়ক: দিল্লীত চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ ৰাহুল গান্ধীক; বান্ধি দিলে সময়সীমা

আন এজন জ্যেষ্ঠ এনচিপি নেতা শাৰদ পাৱাৰেও সকলো বিৰোধী দলক এটা ছাতিৰ তলত বিজেপি বিৰোধী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সিদ্ধান্ত লোৱা হৈছে যে শীঘ্ৰেই এই দলসমূহৰ প্ৰতিনিধিসকলে বৈঠকত বহি পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব। তাৰ আগতে, বাজেট অধিৱেশন কিমান দিন চলিব সেয়া চাই লোৱা যাব।

তৃণমূলৰ প্ৰতিনিধি হিচাপে বৈঠকত উপস্থিত সাংসদ দুজনে কয় যে নেতা মমতা বেনাৰ্জীৰ নিৰ্দেশনা অনুসৰি তৃণমূলে গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে যুঁজ দি আছে। ডিএমকেৰ টি আৰ বালুৱে কয় যে পাৰস্পৰিক আলোচনাৰ পিছত তিক্ততাৰ আৰম্ভ হ’লে বিজেপিয়ে তাৰ সুযোগ ল’ব। এছপি নেতা ৰামগোপাল যাদৱে কংগ্ৰেছক এটা ডাঙৰ দল হিচাপে মিত্ৰতাত অতিৰিক্ত দায়িত্ব পালন কৰাৰ বিষয়ে চিন্তা কৰিবলৈ কয়। আপ আৰু তৃণমূলে তেওঁক সমৰ্থন কৰে।

সূত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে কৈছে যে দেশবাসীৰ ওচৰলৈ গৈ আদানি কাণ্ডৰ কথা দাঙি ধৰি প্ৰধানমন্ত্ৰীক কাঠগড়াত কৰাব লাগে। তেওঁ কয়, “বিজেপি ভয় খাইছে,  এইটোৱে ২০২৪ চনৰ যুদ্ধত জিকাৰ এটা সুযোগ। ঐক্য বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাহুলে লগতে কয় যে প্ৰয়োজন হ’লে তেওঁ আঁতৰি যাব। কিন্তু উপস্থিত দলবোৰৰ কোনেও  যাতে কাৰো বিৰুদ্ধে বোকা ছটিওৱা কাম কৰিব নালাগে। বৈঠকত ডিএমকে, বিআৰএছ, জেডি(ইউ), বাওঁপন্থী, বিআৰএছ, আপ, আৰজেডি, এনচিপিকে ধৰি বিৰোধী দলসমূহৰ নেতাসকল উপস্থিত আছিল।

ৰাহুল গান্ধীয়ে সকলো বিৰোধী দলক তেওঁলোকৰ কাষত থকাৰ বাবে ধন্যবাদ জনাইছে। এই দিনটোত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বৈঠকত অংশ গ্ৰহণ কৰে আৰু ১৭ টা দলৰ বিৰোধী ৰেলীত তৃণমূলৰ সাংসদসকলকো যোগ দিয়া দেখা যায়।

লগতে পঢ়ক: আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

ৰাজনৈতিক মহলৰ মতে, তৃণমূল বিৰোধী মিত্ৰজোঁটে এইবাৰ ৰাজনীতিৰ প্ৰশ্নত কিছু ভাৰসাম্য বজাই ৰাখিছে। শুকুৰবাৰৰ আগলৈকে ১৬ টা বিৰোধী দলক সংসদত একেলগে বহি থকা দেখা গৈছিল যদিও তৃণমূলে পৃথক প্ৰতিবাদী কাৰ্যসূচী লৈছিল। দলটোৰ যুক্তি আছিল যে ই কংগ্ৰেছৰ নেতৃত্বত কোনো আন্দোলনৰ বাবে নাযায়। কংগ্ৰেছে ৰাজ্যখনত মমতাৰ বিৰোধিতা কৰি আহিছে।

দৰাচলতে তৃণমূলৰ নেতৃত্বই ৰাহুলৰ সদস্যপদ খাৰিজ কৰাৰ পিছত বিৰোধী শিবিৰত সৃষ্টি হোৱা সামগ্ৰিক সহানুভূতিৰ ঢৌৰ পৰা নিজকে আঁতৰাই ৰাখিব নিবিচাৰিলে দলটোৱে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd