• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লুইতৰ কালৰূপ : মাজুলীত বন্ধ কৰি দিয়া হ’ল ফেৰীসেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2023 1:50 pm
127
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতি বাৰে বন্ধ কৰি দিয়া হৈছে যোৰহাট মাজুলী সংযোগী ফেৰীসেৱা। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ফেৰীসমূহ বন্ধ কৰি দিয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

জল পৰিবহণ বিভাগৰ নিৰ্দেশত মাজুলীৰ অফলামুখ ফেৰী ঘাটৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে।

লাভ কৰা তথ্য অনুসৰি পানীৰ স্তৰ বৃদ্ধিৰ লগে লগে ইতিমধ্যে তিনিটা ফেৰী ৰেম্প ডুব গৈছে। যাৰ বাবে ফেৰী সমূহ বন্ধ কৰি দিছে জল পৰিবহন বিভাগে।

ফেৰী সেৱা স্থগিত ৰখাৰ সন্দৰ্ভত অঞ্চলটোৰ এগৰাকী ফেৰীৰ মালিকে কয় যে নদীৰ জলস্তৰ বৃদ্ধিৰ বাবে সকলো ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। কিমান দিনলৈ সেৱা স্থগিত ৰখা হ’ব সেই সম্পৰ্কে আমি নিশ্চিত নহয়।

“জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ফেৰী ৰেম্পসমূহ পানীৰ তলত ডুব গৈছে। নদীৰ পাৰ বৰ সুস্থিৰ নহয় আৰু ভূখণ্ডৰ কিছু অংশ জাহ যোৱাৰ বাবে আমি নতুন ৰেম্প নিৰ্মাণ কৰিব পৰা নাই। সেইবাবেই অদূৰ ভৱিষ্যতে ফেৰী সেৱা বন্ধ হৈ থাকিব।’’ তেওঁ কয়।

আন এগৰাকী ফেৰী মালিকে কয়, “ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ ফলত বেছিভাগ ফেৰী সেৱা বন্ধ হৈ পৰিছে। আমি যাত্ৰীসকলক নদীখন পাৰ কৰাবলৈ বিকল্প উপায়ৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ।”

তেওঁ লগতে কয় “আমি পানীৰ স্তৰৰ বুজ ল’ব লাগিব। যদি সম্ভৱ হয়, তেন্তে আমি প্ৰথমে ৰেম্প নিৰ্মাণ কৰিম যাতে ফেৰী ৰখাব পৰা যায়। সেইটোৱে যাত্ৰীসকলক নিশ্চিন্ত কৰি তুলিব। আমি পানীৰ স্তৰ অনুসৰি কাম কৰিব লাগিব। যদি পানীৰ স্তৰ কমি যায় আৰু পুৰণি ঘাটত ৰেম্প লগোৱা সম্ভৱ হয়, তেন্তে আমি তালৈ স্থানান্তৰিত হোৱাৰ ব্যৱস্থা কৰিম।’ 

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd