• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধোনীৰ ধমক! হাৰ্ডিকৰ হাতত পৰাস্ত হৈ খং খাই উঠিল মাহী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 8:01 am
214
VIEWS
Share on FacebookShare on Twitter

আই পি এলৰ প্ৰথমখন মেচত গুজৰাট টাইটানছৰ হাতত পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে সতীৰ্থসকলক ধমকি দিলে মহেন্দ্ৰ সিং ধোনীয়ে।

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দলটোৰ ভুলৰ কথা প্ৰকাশ কৰি কয় যে দলটোৰ উন্নতিৰ প্ৰয়োজন আছে।

মেচৰ শেষত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি থকাৰ সময়তে ধোনীয়ে বেটছমেনৰ বিষয়টো উত্থাপন কৰে। ধোনীয়ে কয় যে প্ৰথম ইনিংছত চেন্নাইয়ে ভাল আৰম্ভণি কৰিছিল। ৰুতুৰাজ গাইকৱাদে ভাল খেলিছিল। কিন্তু তেওঁৰ লগত কোনেও সমানে খেলিব পৰা নাছিল। ফলত ৰান কম হ’ল।

ধোনীয়ে ক’লে, “আমি জানিছিলোঁ পিছত বৰষুণ হ‘ব। গতিকে বেটছমেনসকলে অলপ বেছি দায়িত্ব লৈ খেলিব লগা হ’ল। ৰুতুৰাজে খুব ভাল খেলিছিল। কিন্তু বাকীবোৰে তেওঁক সহায় কৰিব নোৱাৰিলে। আমাৰ ১৫–২০ ৰান কমি আছিল। সেইখিনিতে আমি পৰাজয় হ’ব লগা হৈছিল।”

ধোনীয়ে কেৱল বেটছমেনকেই নহয় নিজৰ দলৰ বলাৰকো দোষাৰোপ কৰে। অতিৰিক্ত ৰান দিয়াৰ বাবে বিশেষ সুখী নহয় তেওঁ।

ধোনীয়ে ক‘লে, “হাংগাৰ গেকাৰৰ গতি আছে। কিন্তু তেওঁ এতিয়াও সৰু। বলাৰসকলে বুজিব লাগিব যে অতিৰিক্ত ৰান দিয়াটো দলৰ বাবে ক্ষতি। ৱাইডআৰু নো যিমান কম হয় সিমানেই ভাল।”

উল্লেখ্য যে যোৱাবাৰ আই পি এলৰ শেষৰ ৩ খন মেচত পৰাস্ত হৈছিল চেন্নাই। এইবাৰো প্ৰথমখন মেচতে পৰাস্ত হয় ধোনীৰ চেন্নাই চুপাৰ কিংছ। অৰ্থাৎ আই পি এলত ধোনীয়ে একেৰাহে চাৰিখন মেচত পৰাস্ত হ’বলগীয়া হৈছে।

আই পি এলত আজিলৈকে চেন্নাইয়ে এবাৰো গুজৰাট টাইটানছক পৰাস্ত কৰিব পৰা নাই।

ধোনীৰ পৰৱৰ্তী মেচখন আছে ৩ এপ্ৰিলত। প্ৰতিদ্বন্দ্বী লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। সেই মেচত ধোনীয়ে হেৰুৱা গৌৰৱ ঘূৰাই আনিব পাৰেনে নোৱাৰে সেয়া হ’ব লক্ষ্যনীয়।

Recent News

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd