• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুজিৰ খেলিমেলি: মুখ্য বন্যপ্ৰাণী সংৰক্ষক পদৰ পৰা অপসাৰণ এম কে যাদৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 1:42 pm
এম কে যাদৱ। ফাইল ফটো।

এম কে যাদৱ। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱক মুখ্য বন্যপ্ৰাণী সংৰক্ষক (CWLW) পদৰ পৰা অপসাৰণ কৰা হৈছে।

প্ৰধান মুখ্য বন সংৰক্ষক আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি অসম প্ৰকল্পৰ  (বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য) প্ৰকল্প সঞ্চালক সন্দীপ কুমাৰক শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ দায়িত্ব দিয়া হৈছে।

শনিবাৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ (CWLW) অতিৰিক্ত দায়িত্বত থকা পি চি চি এফ আৰু অসম বন বাহিনীৰ মুৰব্বী মহেন্দ্ৰ কুমাৰ যাদৱে সন্দীপ কুমাৰক তাৎক্ষণিকভাৱে দায়িত্ব অৰ্পণ কৰিব।

Apply Now

লগতে পঢ়ক: প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

সন্দীপ কুমাৰে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সমিতি অসম প্ৰকল্পৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব অব্যাহত ৰাখিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘ্ৰ সংৰক্ষণ পুঁজি (টিচিএফ) নিৰ্বিচাৰে ব্যয় কৰা বুলি প্ৰকাশ পোৱাৰ পিছতে ১৯৮৯ বৰ্ষৰ ভাৰতীয় বনসেৱাৰ বিষয়া পিচিচিএফ এম কে যাদৱ সমস্যা পৰে।

কেৱল সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বাঘ্ৰ সংৰক্ষণৰ পুঁজি পিচিচিএফ এম কে যাদৱৰ নিৰ্দেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুমোদিত নোহোৱা কামৰ বাবে নিৰ্বিচাৰে ব্যয় কৰা হৈছে।

তথ্যৰ অধিকাৰ (আৰ টি আই)ৰ এক প্ৰশ্নৰ উত্তৰ অনুসৰি যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণত প্ৰায় ১.১ কোটি টকা ব্যয় কৰা হৈছিল।

লগতে পঢ়ক:টকা খৰচ কৰি গাড়ী কিনিব পাৰে, টোল টেক্স দিওতেহে সমস্যা হয় : ভৱেশ কলিতাৰ বচন

বাঘ্ৰে সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিবলৈ নিৰ্ধাৰিত পুজিৰ পৰাই এই ধন ব্যয় কৰা হৈছিল। বন্যপ্ৰাণী কৰ্মী ৰোহিত চৌধুৰীয়ে আৰ টি আইৰ আবেদনখন দাখিল কৰিছিল।

পিচিচিএফ যাদৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ লোকপিয়লৰ পৰিসংখ্যা একেৰাহে কেইবছৰ গড়মিল কৰা হৈছিল।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২২ চনৰ মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰে সংৰক্ষিত বনাঞ্চলত কৰা গঁড়ৰ জনসংখ্যা গণনাৰ ওপৰত “তথ্য প্ৰতিবেদন” বিচাৰিছিল।

লগতে পঢ়ক: ধোনীৰ ধমক! হাৰ্ডিকৰ হাতত পৰাস্ত হৈ খং খাই উঠিল মাহী

মুখ্য বন্যপ্ৰাণী সংৰক্ষক হিচাপে যাদৱৰ কাৰ্যকালত বন্দী হাতীৰ ব্যাপক সৰবৰাহৰো বাতৰি পোৱা গৈছিল।

মাইক্ৰ’চিপ অবিহনে, বা সদ্য স্থাপন কৰা মাইক্ৰ’চিপ লৈ প্ৰাপ্তবয়স্ক হাতী পৰিবহণ কৰাৰ কেইটামান গোচৰ শেহতীয়াকৈ পোহৰলৈ আহিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd