• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধনীৰ চখ! মেটাৰ কাম এৰি মডেলিং মাৰ্ক জুকাৰবাৰ্গৰ? ভাইৰেল ছবি দেখি ৰ লাগিল নেটিজেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2023 9:15 am
ৰেম্পত মাৰ্ক জুকাৰবাৰ্গ। ফটো: সংগ্ৰিহীত।

ৰেম্পত মাৰ্ক জুকাৰবাৰ্গ। ফটো: সংগ্ৰিহীত।

189
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ মাৰ্ক জুকাৰবাৰ্গে ৰেম্পত খোজ কঢ়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। লুই ভিটনৰ ৰঙীন, জিলিকি থকা পোছাক পিন্ধি জুকাৰবাৰ্গে আত্মবিশ্বাসেৰে ৰেম্পত খোজ কাঢ়িছে। নেটিজেনসকলেও ইয়াক দেখি ৰ লাগি চাইছে।

পিছে, সেই ভিডিঅ’টো দেখাৰ পিছত বহুতে মন্তব্য কৰিছে যে মেটাৰ হাজাৰ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি এতিয়া নিজও পেছা সলনি কৰি  মডেলিং কৰি আছে?

লগতে পঢ়ক: সঁচা! ২০২৯ চনৰ পৰা অমৰ হ’ব মানুহ? গৱেষণাত বিজ্ঞানীৰ অভূতপূৰ্ব দাবী

জুকাৰবাৰ্গৰ এই অৱতাৰত আগতে কোনেও দেখা পোৱা নাছিল। কেতিয়াবা গোলাপী ৰঙৰ পোছাক পিন্ধি, কেতিয়াবা উজ্জ্বল হালধীয়া ৰঙৰ পোছাক পিন্ধি তেওঁ ৰেম্পত খোজ কাঢ়িছে। দেখি দৰ্শকো স্তম্ভিত। কিন্তু জুকাৰে মেটাৰ কাম এৰি মডেলিং পেছাত মনোনিৱেশ কৰিছেনে?

কিন্তু তেনেকৈ নাভাবিব। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই চিহ্নৰ আকৃতি মাত্ৰ সৃষ্টি কৰা হৈছে। কিন্তু সেই আকৃতিটো ইমানেই নিখুঁত যে ইয়াক পৃথকভাৱে চোৱাৰ কোনো উপায় নাই। এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা ‘মিডজাৰ্নি’ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিয়ে কেৱল মাৰ্কৰ মুখখনেই নহয়, তেওঁৰ ইংগিতবোৰকো সঠিকভাৱে ফুটাই তোলাত সফল হৈছে।

Mark Zuckerberg doing rounds on the runway, pure fashionista.

💬Prompt in alt https://t.co/GQB0nXRzHs pic.twitter.com/xYE3zkaGAm

— Linus Ekenstam (@LinusEkenstam) March 29, 2023

ফেচবুকৰ নিয়ন্ত্ৰক সংস্থা মেটাই ১০ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। যিটো মুঠ ইয়াৰ কৰ্মশক্তিৰ ১০ শতাংশতকৈও অধিক। শেহতীয়াকৈ এই কথা মাৰ্ক জুকাৰবাৰ্গৰ সংস্থাই সদৰী কৰিছে।

উল্লেখ্য যে যোৱা নৱেম্বৰ মাহত জুকাৰবাৰ্গে ১১ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল। চাৰি মাহৰ পাছত আন এক ছাটাইৰ ঘোষণাৰ ফলত বিশ্বজুৰি মেটা কৰ্মীসকল চাপত পৰিছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd