• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাইলৈ চুৰাট আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰাৰ সম্ভাৱনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2023 5:19 pm
Rahul Gandhi
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি বছৰ পুৰণি মানহানিৰ গোচৰত বিগত মাহত গুজৰাটৰ চুৰাট আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছত কাইলৈ এই ৰায়ৰ বিৰুদ্ধে চুৰাট আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছ নেতাগৰাকী।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীয়ে ব্যক্তিগতভাৱে আদালতত হাজিৰ হৈ নিজকে নিৰ্দোষী বুলি আবেদন কৰি চুৰাট আদালতৰ পূৰ্বৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিব।

Apply Now

উল্লেখ্য যে, ২০১৯ চনত কোলাৰত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপাধি সন্দৰ্ভত এক মন্তব্য কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে সমগ্ৰ মোদী সমাজক বদনাম কৰাৰ অভিযোগেৰে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ৰ অধীনত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে।

চুৰাট আদালতৰ এই ৰায়ৰ পাছদিনাই লোকসভা সচিবালয়ে গান্ধীক সাংসদ পদৰ বাবে অযোগ্য ঘোষণা কৰি তেওঁৰ সাংসদ পদ খাৰিজ কৰিছিল। ইয়াৰ পিছতে গান্ধীৰ সমৰ্থনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ দলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd