• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত কংগ্ৰেছী বিধায়ক; জাৰি কাৰণ দৰ্শোৱাৰ জাননী

পল্লৱ বৰা, গুৱাহাটী by পল্লৱ বৰা, গুৱাহাটী
April 3, 2023 9:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে লাহৰীঘাটৰ বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মহম্মদ নাজাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কৈছিল যে তেওঁ এজন অতি কঠোৰ পৰিশ্ৰমী ব্যক্তি আৰু দিনে নিশাই কাম কৰিব পাৰে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি কংগ্রেছত থাকিলে দলটো বহু ওপৰলৈ গ’লহেঁতেন বুলিও বিধায়কগৰাকীয়ে প্রকাশ কৰিছিল৷

Apply Now

লগতে পঢ়ক: উদ্বোধনী অনুষ্ঠানৰ নিবিদা আহ্বানৰ পূৰ্বেই উদ্বোধন হৈছিল দিছপুৰ উৰণীয়া সেতু! প্ৰতিবেদনত পোহৰলৈ আন এক চাঞ্চল্য

তেওঁ লগতে কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল যদিও তেওঁলোকৰ মাজত মতাদৰ্শগত মতানৈক্য আছে।

বিষয়টো সন্দৰ্ভত বিধায়ক নাজাৰৰ প্ৰতিক্ৰিয়াৰ বাবে যোগাযোগ কৰিবলৈ এই সাংবাদিকে বাৰে বাৰে কৰা প্ৰচেষ্টা অসাৰ হৈ পৰে কিয়নো তেওঁ ফোন লাভ কৰাৰ পিছতো ফোন বিচ্ছিন্ন কৰি দিছিল।

ইপিনে, অসম প্ৰদেশ কংগ্ৰেছে মহম্মদ নাজাৰক তেওঁৰ এই কাৰ্যৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিছে।

লগতে পঢ়ক: কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল

অসম কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে এই সাংবাদিকৰ আগত কয় যে দলটোৱে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসা কৰাৰ বাবে বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰি প্ৰত্যুত্তৰ দিবলৈ ২৪ ঘন্টা সময় দিয়া দিছে। এবাৰ তেওঁ উত্তৰ পোৱাৰ পিছতে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত আছিফ মহম্মদ নাজাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী নাজাৰে ৰাজনীতিত ভৰি দিয়াৰ আগতে নিজৰ গৃহ চহৰ মৰিগাঁওত চিকিৎসা সেৱা আগবঢ়াইছিল।

লগতে পঢ়ক: ইণ্ডিয়ান আইডল-১৩ৰ বিজয়ী ঋষি সিং; প্ৰথম ৰাণাৰ্ছ আপ দেৱাস্মিতা ৰয়, দ্বিতীয় চিৰাগ কোটৱাল

নাজাৰ কংগ্ৰেছৰ সদস্য হিচাপে অসমৰ লাহৰীঘাট সমষ্টিৰ পৰা পাঁচবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ পুত্ৰ। ২০০২ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰতো নাজাৰৰ পিতৃ ইছলাম মন্ত্ৰী আছিল।

পল্লৱ বৰা, গুৱাহাটী

পল্লৱ বৰা, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd