• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

বিকল বাছ ৰখাৰ নামতেই শ্বিলং ৰাজহুৱা পৰিবহণ সেৱাই মাহে ভাৰা দিব লাগে ৫০ হাজাৰ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 11:14 pm
STPS_Bus
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় চৰকাৰে যোৱা দুবছৰতকৈ অধিক সময় শ্বিলং ৰাজহুৱা পৰিবহণ সেৱা (STPS)ৰ বিকল বাছ ৰখাৰ বাবে মাহে প্ৰায় ৫০ হাজাৰকৈ টকা ভৰি আহিছে। পূৰ্বৰ চৰকাৰখনৰ পৰা ব্যয় হৈ অহা এই অপ্ৰয়োজনীয় খৰচৰ কথা ৰাজহুৱা কৰিছে নতুন চৰকাৰৰ নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী হেমলষ্টন দলিঙে। এক অনুসন্ধানৰ সময়ত তেওঁ এই কথা জানিব পৰা বুলি কয়।

সূত্ৰটোৱে কয় যে এই সমূদায় ধন আদায় দিয়া হয় এই বিকল বাছবোৰ ৰখা তিনিটা স্থানৰ ব্যক্তিগত ভূমিৰ গৰাকীক। ঠাইকেইডোখৰ হৈছে মাওপাত, লাইটকোৰ আৰু মাওলাই মাওকিনৰো। আনহাতে মাওব্লেইৰ চৰকাৰী মাটিতো ৭খন বিকল বাছ ৰখাই থোৱা হৈছে।

Apply Now

অতি শেহতীয়াভাৱে চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগে মুঠ ৫৩খন বিকল বাছকেইখন গুচাই পেলাবলৈ প্ৰস্তাৱ দিছিল। উল্লেখযোগ্য যে এই বাছকেইখন ২০১০ চনত জৱাহৰলাল নেহৰু আৰবান ৰিনিউৱেল মিশ্যন নামৰ কেন্দ্ৰ আঁচনিৰ অধীনত অনুমোদিত হৈছিল।

সূত্ৰটোৱে জনোৱা মতে, লাইটকোৰত ১৭খন বাছ ৰখাই থোৱা হৈছে আৰু মাটিডোখৰৰ গৰাকীয়ে তাৰ বাবে মাহে ৪০ হাজাৰকৈ টকা লয়। সেইদৰে মাওলাই মাওকিনৰোত ৯খন বাছ ৰখাই থোৱা আছে আৰু এই মাটিডোখৰৰ গৰাকীয়ে এখন বাছৰ বিনিময়ত প্ৰতিমাহে ৫৫০ টকাকৈ মুঠ ৪৯৫০ টকাকৈ লৈ আহিছে। আনফালে মাওপাতত ২০ খন বাছ ৰখাই থোৱা হৈছে আৰু প্ৰতিমাহে মাটিৰ গৰাকীয়ে ৫ হাজাৰকৈ টকা লৈ আহিছে। এইখিনি টকা ছিনৰোপ্লাং নামৰ এটা আত্মসহায়ক গোটে দি আহিছে, যিটোৱে বাছবোৰ চলোৱাৰ বাবে চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল।

এই ডিপোটবোৰ পৰিদৰ্শন কৰাৰ পিছত নগৰ পৰিক্ৰমা মন্ত্ৰী দলিঙে কয় যে তেওঁ এই বাছবোৰৰ অৱস্থা পৰীক্ষা কৰিবৰ বাবে সিদ্ধান্ত লৈছে।

“কিছুমান বাছ অলপ ভাল কৰিলেই চলিব পাৰে আৰু কিছুমান অতি খৰচ হ’ব বাবে মেৰামতি কৰা অসম্ভৱ হ’ব” দলিঙে এইদৰে কয়। তেওঁ এই বাছবোৰে বিভাগটোক অপ্ৰয়োজনীয় খৰচৰ বোজা দি আছে বুলি কয়। এই সন্দৰ্ভত তেওঁ তাৎক্ষণিকভাৱে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে, যাতে এই অপ্ৰয়োজনীয় খৰচৰ পৰা সকাহ পাব পাৰি। তেওঁ এই বাছবোৰ দেশৰ বিখ্যাত গাড়ী নিৰ্মাণ কোম্পানি অশোক লেইলেণ্ডৰ দ্বাৰা যোগান ধৰিছিল আৰু এইবোৰৰ ইঞ্জিনৰ গণ্ডগোল আছিল আৰু লগতে এইবোৰৰ স্পেয়াৰ পাৰ্টছ পাবলৈ নাই বুলি জানিবলৈ দিয়ে। বিভাগটোৱে এই গাড়ীবোৰ কিনাৰ পূৰ্বে বিক্ৰীৰ পিছৰ সেৱা লাভ কৰাটো নিশ্চিত কৰা উচিত আছিল বুলিও তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd