• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিৰোধী ঐক্য নহয়, গুৰুত্বপূৰ্ণ জনসাধাৰণৰ ঐক্যহে! মন্তব্য কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2023 7:02 am
Kejriwal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৪ ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু এটা বছৰ বাকী থকা অৱস্থাতে সঘনে উচ্চাৰিত হৈছে বিৰোধী ঐক্যৰ কথা। পিছে এই চৰ্চাৰ মাজতে দেশৰ ৰাজনীতিত ক্ৰমাৎ উত্থান ঘটা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কৰিছে এক বিশেষ মন্তব্য। কেজৰিৱালৰ মতে, চৰ্চিত এই বিৰোধী ঐক্যতকৈ জনসাধাৰণৰ ঐক্যহে গুৰুত্বপূৰ্ণ।

কেজৰিৱালৰ মতে, কিছু লোকে বিৰোধী দলৰ মাজত ঐক্য গঢ়ি তুলিবলৈ যিমানেই চেষ্টা নকৰক কিয়, যদি জনসাধাৰণে কাৰোবাক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে সেই ব্যক্তিজনকে ভোট দিব। গণতন্ত্ৰত জনসাধাৰণ সৰ্বোচ্চ আৰু বিৰোধী দলসমূহে ইতিবাচক এজেণ্ডা লৈ তেওঁলোকৰ ওচৰলৈ যাব লাগে বুলিও মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে।

Apply Now

তেওঁ কয় যে যদি সকলোৱে কাৰোবাক পৰাস্ত কৰিবলৈকে একত্ৰিত হোৱাৰ কথা কয়, তেতিয়া জনসাধাৰণে সেই কথা ভাল নাপায়। কাৰোবাক পৰাস্ত কৰা বা জয়ী কৰাটো জনসাধাৰণৰ কাম আৰু সেয়া তেওঁলোকৰ ওপৰতে এৰি দিয়া উচিত বুলি উল্লেখ কৰে কেজৰিৱালে।

১০ মে’ত অনুষ্ঠিত হ’বলগীয়া জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জলন্ধৰ ভ্ৰমণৰ সময়তে সাংবাদিকৰ আগত তেওঁ এই মন্তব্য কৰে। যোৱা জানুৱাৰী মাহত কংগ্ৰেছৰ সাংসদ সন্তখ সিং চৌধাৰীৰ মৃত্যু হোৱাৰ বাবে এই উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

তৃতীয় ফ্ৰণ্টৰ সৈতে আপৰ সহযোগিতাৰ সম্ভাৱনীয়তা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত অৰবিন্দ কেজৰিৱালে কয় যে গণতন্ত্ৰত জনসাধাৰণেই সৰ্বোচ্চ। বিৰোধী ঐক্য গঢ়ি তোলাৰ কথা বহু চৰ্চা হয়। কিন্তু যিদিনা জনসাধাৰণ একত্ৰিত হ’ব, তেওঁলোকে কি কৰা হ’ব সেয়া নিৰ্ণয় কৰিব বুলি তেওঁ লগতে মন্তব্য কৰে।

উল্লেখ্য যে, ২৪ ৰ লোকসভা নিৰ্বাচনত বৰ্তমানৰ শাসকীয় বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যৰ প্ৰসঙ্গত সৰৱ চৰ্চা চলিছে। সমান্তৰালভাৱে চৰ্চিত হৈছে এই ঐক্যমঞ্চত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ সহযোগিতাৰ প্ৰসঙ্গ। এনে পৰিস্থিতিত কেজৰিৱালৰ এই কৌশলী মন্তব্য স্বাভাৱিকতেই লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd