• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীন কোন নিচিনে টাইৱানে; হাতত আমেৰিকাৰ FGM 148 এণ্টি টেংক গাইডেড মিছাইল! মাতে কোনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2023 8:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনক ভয় দেখুৱাই উপযুক্ত প্ৰত্যুত্তৰ দিবলৈও সাজু টাইৱান। শেহতীয়াকৈ চীনে টাইৱানক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ বহু ঘটনা দেখা গৈছে। যোৱা বছৰ টাইৱান ভ্ৰমণ কৰিছিল আমেৰিকাৰ প্ৰতিনিধি নেন্সি পেলোছিয়ে। তেতিয়াও চীন ক্ষুব্ধ হৈ পৰিছিল। শেহতীয়াকৈ টাইৱানৰ ৰাষ্ট্ৰপতিৰ আমেৰিকা ভ্ৰমণক লৈও ক্ষুব্ধ হৈ পৰিছে চীন।

কিন্তু চীনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ পিছত এতিয়া টাইৱানে আমেৰিকাত নিৰ্মিত এফ জি এম ১৪৮ এণ্টি টেংক গাইডেড মিছাইলৰ বাবে অপেক্ষা কৰি আছে। এই  এন্টি-টেংক ক্ষেপণাস্ত্ৰই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ৰাছিয়াৰ সেনাক প্ৰত্যাঘাত কৰিছিল। এতিয়া এই অস্ত্ৰৰে টাইৱানে চীনক শিকনি দিব বিচাৰিছে।

লগতে পঢ়ক: আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল

Apply Now

টাইৱানৰ পৰিকল্পনা এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ সজ্জিত বাহন আৰু বিশেষ সৈন্য কঢ়িয়াই নিয়া জাহাজক লক্ষ্য কৰি লোৱা। ২০২২ চনৰ আগষ্ট মাহৰ পৰা চীন আৰু টাইৱানৰ মাজত উত্তেজনা অব্যাহত আছে।

শেহতীয়াকৈ টাইৱানৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ স্পীকাৰগৰাকীৰ সৈতে সাক্ষাৎ কৰি চীনক ক্ষুব্ধ কৰি তুলিছিল। ইয়াৰ পূৰ্বে চীনে টাইৱানক সকীয়াই দিছিল যে যদি তেওঁলোকে আমেৰিকা ভ্ৰমণ কৰি বৈঠকত মিলিত হয় তেন্তে ইয়াৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। চীনে টাইৱানৰ আশে-পাশে নিজৰ তিনিখন যুদ্ধ জাহাজ মোতায়েন কৰিছে।

ইফালে, টাইৱানৰ সংবাদ মাধ্যমত এই অস্ত্ৰৰ সবিশেষ তথ্য দিছে সামৰিক সূত্ৰই। ২০২২ চনৰ এপ্ৰিল মাহলৈকে টাইৱানত এনেধৰণৰ প্ৰায় ১০০০টা ক্ষেপণাস্ত্ৰ আছে আৰু আমেৰিকাৰ পৰা আৰু ৪০০টা ক্ষেপণাস্ত্ৰ সৰবৰাহৰ বাবে অপেক্ষা কৰি আছে। অনুমান কৰা হৈছে যে চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধ আৰু ২০২৪ চনৰ আৰম্ভণিতে ইয়াৰ ডেলিভাৰী আৰম্ভ হ’ব। ২০২২ চনৰ শেষলৈকে টাইৱানৰ সেনাই লাভ কৰিছে ৪২টা লঞ্চাৰ।

লগতে পঢ়ক: ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া অনুমোদন অনুসৰি ২০১৯ চনত এই অস্ত্ৰসমূহ বিক্ৰী কৰা হয়। এই অনুমোদনত টাইৱানলৈ Tor 2B-RF ওয়াৰ গাইডেড ক্ষেপণাস্ত্ৰৰ ১৭০০ ইউনিট অন্তৰ্ভুক্ত কৰা হৈছে। জেভেলিনৰ ৱাৰহেডে আধুনিক টেংকবোৰক ওপৰৰ পৰা আক্ৰমণ কৰে। টেংকৰ ওপৰত থকা সুৰক্ষা কভাৰটো অতি দুৰ্বল। ইয়াক ‘Top Attack’ mode বুলি কোৱা হয়।

এই জেভেলিন মিছাইলৰ সহায়ত অট্টালিকা আৰু অন্যান্য লক্ষ্যও চিনাক্ত কৰিব পাৰি। ইয়াৰ ৰেঞ্জ ২.৫ কিলোমিটাৰ আৰু টপ-এটেক মোডত সৰ্বোচ্চ উচ্চতা ১৫০ মিটাৰ (৪৯০ ফুট) বা ডাইৰেক্ট ফায়াৰ মোডত ৬০ মিটাৰ ওপৰলৈ যাব পাৰে। ইয়াৰ উপৰিও ইয়াত নিখুঁত আঘাতৰ বাবে ইনফ্ৰাৰেড চিকাৰও আছে।

লগতে পঢ়ক: ৰহস্যজনকভাৱে হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ

যুদ্ধত ইউক্ৰেইনৰ ৩৬ নং মেৰিন ইনফেন্ট্ৰি ব্ৰিগেডে ডনেটস্ক অঞ্চলত এই এণ্টি টেংক গাইডেড মিছাইলৰ সহায়ত দুখন ৰাছিয়ান টেংক আৰু এখন পদাতিক যুদ্ধ বাহনকে ধৰি তিনিখন সজ্জিত বাহন বিস্ফোৰণ ঘটাই বিধ্বস্ত কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd