• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামত ‘ধঁপাতবিহীন মাহ’ৰ শুভাৰম্ভ মুখ্য মন্ত্ৰী লাল থানহাওলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 10:44 am
thanhawla

ভাষণৰত অৱস্থাত মুখ্য মন্ত্ৰী লাল থানহাওলা

113
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাই মঙলবাৰে ৰাজ্যখনত ‘বিশ্ব ধঁপাতবিহীন মাহ’ৰ শুভাৰম্ভণি কৰাৰ উপৰি ‘ধঁপাতমুক্ত ক্ৰীড়া’ শীৰ্ষক এক কাৰ্যসূচীও আৰম্ভ কৰে। আইজলস্থিত মুখ্য মন্ত্ৰী কাৰ্যালয়ত আৰম্ভ কৰা এই কাৰ্যসূচীত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কাৰ্যসূচীৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়— ‘নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ অৱহেলাই হৈছে মিজো ক্ৰীড়াবিদ সকলৰ উন্নতিৰ ক্ষেত্ৰত প্ৰধান হেঙাৰ।সেয়েহে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাটো প্ৰয়োজনীয়’।

আনহাতে একেটা প্ৰসংগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ‘ধঁপাতমুক্ত ক্ৰীড়া’ কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়াসৰ বাবে আয়োজক সকলৰ শলাগ লয়।ইয়াৰ জৰিয়তে মিজো সমাজৰ লোক সকলৰ মাজলৈ এক ইতিবাচক বাৰ্তা যোৱাৰ উপৰি ৰাজ্যখনত ধঁপাত সেৱণ কৰা লোকৰ সংখ্যাও হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।এইক্ষেত্ৰত মিজো ক্ৰীড়াবিদ সকলক আদৰ্শ দেখুৱাবলৈ আহ্বান জনাই মুখ্য মন্ত্ৰী লাল থানহাওলাই।

অনুষ্ঠানটোত ইণ্ডিয়ান ছ’চাইটি অন টবাক’ এণ্ড হেল্থ, মিজোৰামৰ সভাপতি লাল ৰিলানি, ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক নডেল বিষয়া ড০ জেনি আৰ ৰাল্টে উপস্থিত থাকি কাৰ্যসূচীৰ তাৎপৰ্য বাখ্যা কৰে।

উল্লেখযোগ্য যে মিজোৰামৰ ৰাজ্যিক অলিম্পিক সংস্থা, ইণ্ডিয়ান ছ’চাইটি অন টবাক’ এণ্ড হেল্থে ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ সহযোগিতাত অনুষ্ঠানটোৰ আয়োজন কৰিছিল।

 

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd