• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান! ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণত চকু, বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ; কৈছে গৱেষণাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2023 2:58 pm
প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

প্রতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

4.5k
VIEWS
Share on FacebookShare on Twitter

দৈনন্দিন কাম-কাজ, পঢ়া-শুনা, বজাৰ-সমাৰ, মনোৰঞ্জন – সকলো কামতে মানুহে মোবাইল বা কম্পিউটাৰৰ ওপৰত নিৰ্ভৰ কৰে। কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুৱেও এই কম্পিউটাৰ বা মোবাইলটো চাই বহু সময় কটায়। যিয়ে চকুৰ ক্ষতি কৰাই নহয়, গাঁঠিৰ বিষ, এটা অৱস্থাত বহু সময় বহি থকাৰ বাবে শৰীৰৰ গাঁথনিগত সমস্যাৰ সৃষ্টি কৰে।

ব্ৰাজিলৰ গৱেষকসকলে কৰা এক অধ্যয়নত দেখা গৈছে যে কেৱল কঁকাল বা মেৰুদণ্ডৰ সমস্যাই নহয়, ঘণ্টাৰ পিছত ঘণ্টা মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীণলৈ চাই থকাৰ বাবে চকুৰ সমস্যা হয়, বহু সময় বহি বা শুই থাকিলে পেটত চাপ পৰে। সেয়ে, হজমৰ সমস্যা হোৱাটো স্বাভাৱিক।

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

এই অধ্যয়নত বিজ্ঞানীসকলে মূলতঃ ‘থ’ৰাচিছ স্পাইন পেন’ বা ‘টি এছ পি’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কাৰণ দীৰ্ঘ সময় বহি থাকিলে বুকুৰ ঠিক পিছফালে থকা এই অংশটো ক্ষতিগ্ৰস্ত হয়, যিটো ডিঙিৰ গুৰিৰ পৰা কঁকালৰ মেৰুদণ্ডলৈকে বিস্তৃত হৈ থাকে।

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

চাও পাওলোৰ এখন বিদ্যালয়ৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কেইবাটাও শিশুৰ ওপৰত কৰা এক অধ্যয়নত বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে। বেছিভাগেই যৌৱনৰ সীমাত থকা কিশোৰ-কিশোৰী আৰু শিশুৱে এই সমস্যাৰ সন্মুখীন হয়।

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

অৱশ্যে এই সমস্যা কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজতেই দেখা পোৱা নাযায়, যিকোনো বয়সৰ মানুহৰ এনে কঁকালৰ সমস্যা হ’ব পাৰে। গৱেষক আলবাৰ্টো ভিটাই কয়, “আমি ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই অধ্যয়ন কৰিছিলোঁ। ইয়াক বিভিন্ন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক সচেতন কৰি তোলাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।”

প্ৰতিনিধিত্বমূলক ফটো: সংগ্ৰহীত।

বহু সময় বহি থকাৰ পিছত কঁকাল আৰু গাঁঠিৰ বিষ হোৱাটো অস্বাভাৱিক নহয়। কিন্তু এই বিষৰ পৰিমাণ বৃদ্ধিৰ বাবে দায়ী ক’ৰ’না পৰিস্থিতি। এনে যন্ত্ৰৰ ব্যৱহাৰে বিভিন্ন বয়সৰ লোকৰ শৰীৰৰ বিভিন্ন অংশত বিষৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd