• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home স্বাস্থ্য

গৰমত প্ৰস্ৰাৱ জ্বলা-পোৰা কৰে নেকি? এই সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পাব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2023 7:50 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰমৰ দিনত প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)ৰ সমস্যা বাঢ়ি যায়। যিসকলৰ এই সমস্যা আছে গৰম আহিলেই তেওঁলোকে পুনৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সংক্ৰমণৰ পিছত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বা চিকিৎসা নকৰিলে এই ৰোগৰ বাবে শৰীৰত অন্য কেইবাটাও ৰোগে শিপাই যোৱাৰ সম্ভাৱনা থাকে।
এই ৰোগত আক্ৰান্ত বহু মহিলাই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কিছুমান অভাৰ–দ্য–কাউণ্টাৰ ঔষধ গ্ৰহণ কৰে বা বিভিন্ন ধৰণৰ জেল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে এনে পদক্ষেপ লোৱাটো উচিত নহয়।
কেৱল মহিলাই নহয় গৰমত পুৰুষৰো প্ৰস্ৰাৱৰ সংক্ৰমণ হয়। গ্ৰীষ্মকালত আগতীয়াকৈ এই ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা ল’লে কিছু সুফল পাব পাৰি।

Apply Now
ইউটিআই সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

পানী খাব লাগে

এই ৰোগ প্ৰতিৰোধৰ বাবে অধিক পানী খাব লাগে। অৱশ্যে শৰীৰত যাতে পানীলগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। প্ৰস্ৰাৱ হালধীয়া হোৱাৰ লগে লগে দিনটোত কমেও ডেৰ লিটাৰ পানী পলম নকৰাকৈ খাবলৈ আৰম্ভ কৰিব লাগে। সাধাৰণতে ৪ৰ পৰা ৫ ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ হ’ব লাগে। যদি ইয়াতকৈ বেছি সময় প্ৰস্ৰাৱ কৰাত পলম হয়, তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। প্ৰস্ৰাৱ বেছি সময় ধৰি ৰাখিব নালাগে, কিয়নো ইয়াৰ ফলত সংক্ৰমণ আৰু অধিক বিয়পি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

খাদ্যত ভিটামিন চি অন্তৰ্ভুক্ত কৰক

এই সময়ছোৱাত চিকিৎসকে খাদ্যত ভিটামিন চি সমৃদ্ধ খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ভিটামিন চিয়ে প্ৰস্ৰাৱৰ সময়ত জ্বলা–পোৰা কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও ভিটামিন চিয়ে ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে।

আনাৰস খোৱা উচিত

আনাৰসত ব্ৰ’মেলিন নামৰ এক উপকাৰী উদ্দীপক থাকে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে ইউটিআই ৰোগীক সাধাৰণতে ব্ৰ’মেলিন সমৃদ্ধ এন্টিবায়টিক প্ৰেছক্ৰিপচন কৰা হয়। গতিকে প্ৰস্ৰাৱৰ সংক্ৰমণৰ ক্ষেত্ৰত আনাৰসৰ ৰস দৈনিক গ্ৰহণ কৰিব পাৰি। অধ্যয়নত দেখা গৈছে যে এই সমস্যাৰ চিকিৎসাত ক্ৰেনবেৰীৰ ৰসও অতি উপকাৰী।

প্ৰ’বায়’টিক খাদ্য গ্ৰহণ কৰক

এই সময়ত প্ৰ’বায়’টিক খাদ্য বেছিকৈ খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। এই ধৰণৰ খাদ্যই বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰে। দৈত প্ৰ’বায়’টিকৰ উত্তম উৎস। ৰন্ধা–বঢ়াত দৈ বেছি ব্যৱহাৰ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd