• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰেল লাইনৰ কাষত পেচাৱ কৰাই হ’ল কাল : বন্দে ভাৰতৰ খুন্দাত উফৰি অহা গৰু গাত পৰি মৃত্যু বৃদ্ধৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2023 2:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেল লাইনৰ কাষত বহি প্ৰস্ৰাৱ কৰি আছিল এজন বৃদ্ধই। উফৰি অহা এটা গৰু গাতে পৰিলহি প্ৰস্ৰাৱ কৰি থকা বৃদ্ধগৰাকীৰ।

প্ৰথমে গৰুটো ক’ৰপৰা উৰি আহি বৃদ্ধৰ গাত পৰিলহি সেয়া এক ৰহস্যৰ বিষয় হৈ আছিল যদিও পিছত গম পোৱা গ’ল যে বৃদ্ধৰ গাত পৰা গৰুটো বন্দে ভাৰত এক্সপ্ৰেছত খুন্দাত উফৰি আহিছিল।

ৰেলৰ খুন্দাত উফৰি অহা গৰুটো গাত পৰাৰ ফলত থিতাতে নিহত হৈছে উক্ত বৃদ্ধগৰাকী।

ৰাজস্থানৰ আৰবলী বিহাৰ থানাৰ অন্তৰ্গত আলৱাৰত সংঘটিত হৈছে এই ঘটনা। মৃত ব্যক্তিজনৰ নাম শিৱদয়াল শৰ্মা।

শিৱদয়াল ভাৰতীয় ৰে’লৱেৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী। ২৩ বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল তেওঁ।

শিৱদয়ালৰ আত্মীয়ই জনোৱা মতে, বুধবাৰে পুৱা প্ৰায় ৮:৩০ বজাত গেটৰ পৰা ওলাই আহিছিল বন্দে ভাৰত ৰে’লখন। সেই সময়ত হঠাতে ৰেল লাইনৰ মাজলৈ এটা গৰু আহিল। ৰেলখনৰ খুন্দাত গৰুটোৰ শৰীৰৰ এটা অংশ ৩০ মিটাৰ দূৰত থকা শিৱদয়ালৰ ডিঙিত খুন্দা মাৰেগৈ। সেই সময়ত তেওঁ প্ৰস্ৰাৱ কৰি আছিল। গৰুটো ডিঙিত পৰি থিতাতে মৃত্যু হয় শিৱদয়ালৰ।

অনুসৰি শিৱদয়ালৰ মৃতদেহ বুধবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অৱশ্যে বন্দে ভাৰতৰ গৰুৰ সৈতে হোৱা সংঘৰ্ষ এইটোৱেই প্ৰথম নহয়। ইয়াৰ উপৰিও বন্দে ভাৰত এক্সপ্ৰেছৰ বিভিন্ন পথত গৰু–ম’হৰ খুন্দা মৰাৰ অনেক ইতিহাস আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

বিজয় মালিয়া-নীৰৱ মোডীৰ প্ৰত্যাৰ্পণৰ দিশত আন এক পদক্ষেপ? তিহাৰ পৰিদৰ্শনত ব্ৰিটেইনৰ দল

September 7, 2025 10:15 am
ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

ইতিহাস ৰচনাঃ ইউ এছ অ’পেনত জয়লাভ কৰি চতুৰ্থটো গ্ৰেণ্ড শ্লেম খিতাপ দখল ছাবালেংকাৰ

September 7, 2025 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

ঝুমুৰক লৈ বিশ্ব অভিলেখ গঢ়াৰ কোনো অভিপ্ৰায় নাছিল অসম চৰকাৰৰ! গিনিজ বুকত নাই কোনো তথ্য

September 7, 2025 11:33 am
কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

কোটি কোটি টকাৰ প্ৰতাৰণা কৰি পলায়ন ছাহাৰাৰ মুৰব্বীৰ পত্নী আৰু পুত্ৰৰ; অভিযোগনামা দাখিল ইডিৰ

September 7, 2025 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd