• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্ময়! ৮১ বছৰৰ পিছত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধত হাজাৰ সংখ্যক যাত্ৰীসহ ডুব যোৱা জাপানী জাহাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2023 12:02 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজতে ৮১ বছৰ পাৰ হৈ গ’ল। দ্বিতীয় বিশ্বযুদ্ধত হেৰাই যোৱা আপোনজনৰ কোনো লেখ-জোখ নাই। খবৰৰ বাবে অপেক্ষা কৰি থকা বহুতেই হয়তো অপেক্ষা কৰিয়েই এই পৃথিৱীৰ পৰা আন এখন পৃথিৱীলৈ গুচি গৈছে। কিন্তু পলমকৈ হ’লে অৱশেষত পোৱা গ’ল সন্ধান।

জাপানৰ এখন বিশেষ জাহাজ মণ্টেভিডিঅ’ মাৰু জাহাজখনত থকা ১০০০ৰো অধিক অষ্ট্ৰেলিয়ান যাত্ৰীৰে সৈতে সন্ধানহীন হৈ পৰিছিল। অৱশেষত সেই জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হ’ল। শনিবাৰে এই কথা সংবাদ মাধ্যমক জনাইছে জাহাজখনৰ অনু সন্ধানৰ দায়িত্বত থকা বিশেষ দলটোৱে।

লগতে পঢ়ক: মুখাৰ আঁৰৰ মুখ! প্ৰাক্তন মিছ ইংলেণ্ডৰ বেগত ১৩ কিলোগ্ৰাম ড্ৰাগছ; হাতেলোটে ধৰিলে আৰক্ষীয়ে!

Apply Now

১৯৪২ চনৰ ১ জুলাইত জাপানৰ পৰা মণ্টেভিডিঅ’ মাৰু জাহাজখনে যাত্ৰা কৰিছিল। তাত আছিল মুঠ ১০৬০ জন যাত্ৰী। বেছিভাগেই আছিল যুদ্ধবন্দী। কিন্তু সেই জাহাজখনত যুদ্ধবন্দীৰ উপৰিও আন দেশৰ কেইবাজনো সাধাৰণ যাত্ৰীও উপস্থিত আছিল।

ঘটনাক্ৰমে সেইপিনেৰেই এখন আমেৰিকান চাবমেৰিন পাৰ হৈ গৈ আছিল। সেই চাবমেৰিনে ভুলতে জাহাজখনক আক্ৰমণ কৰিছিল। ফলত জাপানী জাহাজখন ডুব যায়। তাত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হয়।

লগতে পঢ়ক: NCERT পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপৰ পৰা আঁতৰিল ডাৰউইন! পত্ৰ লিখি প্ৰতিক্ৰিয়া বিজ্ঞানীৰ

দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পাছতো জাহাজখন পোৱা নগ’ল। ইয়াৰ মাজতে ৮১ বছৰ পাৰ হৈ গ’ল। অৱশেষত বিশেষ অনুসন্ধান দলৰ প্ৰচেষ্টাত জাহাজখন উদ্ধাৰ কৰা হৈছে।

চাইলেণ্টৱৰ্ল্ডৰ সঞ্চালক জন মুলেনে সংবাদ মাধ্যমৰ আগত কয় যে মণ্টেভিডিঅ’ মাৰু আৱিষ্কাৰে এটা দীঘলীয়া অধ্যায়ৰ অন্ত পেলালে। এতিয়াও আপোনজনৰ খবৰৰ বাবে অপেক্ষা কৰি থকা পৰিয়ালবোৰে এইবাৰ শান্তি পাব।

লগতে পঢ়ক: গ্ৰেপ্তাৰ অমৃতপল সিং, অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰিল খালিস্তানী নেতাগৰাকী

উল্লেখ্য যে এই জাহাজখন বিচাৰি উলিওৱাৰ আঁৰৰ মূল শক্তি হৈছে চাইলেণ্টৱৰ্ল্ড। পাঁচ বছৰ ধৰি সংস্থাটোৱে জাহাজখন বিচাৰিবলৈ বিভিন্ন অভিযানৰ পৰিকল্পনা কৰিছিল। ইয়াৰ লগত আছিল নেদাৰলেণ্ডৰ বিশেষ গভীৰ সাগৰীয় চোৱাচিতা সংস্থা ফাগ্ৰো আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা বিভাগ। ১২ দিনৰ তালাচীৰ অন্তত উদ্ধাৰ হয় জাহাজখন। জাহাজখন সাগৰৰ পৰা ৪ কিলোমিটাৰ তলত ডুব গৈছিল। যিটো আচলতে টাইটানিকতকৈও অধিক গভীৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd