• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ মুশ্লিম জনসাধাৰণৰ প্ৰতি এক আহ্বান

ড০ হীৰেন গোঁহাই by ড০ হীৰেন গোঁহাই
April 24, 2023 3:20 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বিজেপি চৰকাৰে মুছলমানসকলৰ প্ৰতি নৰম স্থিতি লোৱা দেখা গৈছে। তেনে পৰিস্থিতিৰ মাজতে এইবাৰ অসমৰ ৰাইজে সুকলমে পালন কৰিলে ঈদ। কিন্তু বিজেপিৰ মুছলমানৰ প্ৰতি এই নৰম মনোভাৱৰ আঁৰত কি কাৰণ আছে। বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইয়ে তেওঁৰ ফেচবুক পোষ্টত অসমৰ মুছলমান লোকসকলৰ প্ৰতি এক আহ্বান জনাইছে। তেওঁৰ এই পোষ্টটোত জনোৱা আহ্বান অবিকৃত ৰূপত দাঙি ধৰা হ’ল-

অসমৰ মুশ্লিম জনসাধাৰণৰ প্ৰতি এক আহ্বান

এইবাৰ ঈদ পৰৱ অসমৰ সাধাৰণ মুশ্লিম ৰাইজে বহুদিনৰ মূৰত নিৰুদ্বেগ, নিঃশংক চিত্তে পালন কৰিলে। এই স্বস্তিৰ অন্যতম ঘাই কাৰণ এয়ে যে বিজে’পি চৰকাৰে হঠাতে সুৰ নৰম কৰি মুশ্লিমক অভয় দিবলৈ নানা কুচকাৱাজ আৰম্ভ কৰিছে। এজন মুশ্লিমক পদ্মশ্ৰী দিছে, বিভিন্ন ঠাইত ঘটোৱা মাৰ-পিট, খুন-জখম বন্ধ কৰিছে, মুশ্লিমক মন ভাল লগোৱা কথা কৈ আছে।

Apply Now

নিৰাপদ বোধ কৰি মুশ্লিম সকলেও ভাবিছে যে দুৰ্বৃত্তহঁতৰ সুমতি হৈছে। এনে কথা একদম বিশ্বাস নকৰিব।ইহঁত বহুৰূপী।মনত ৰাখিব এই সময়তে গুজৰাটৰ বিজেপি চৰকাৰে ২০২২ৰ গণহত্যাৰ অপৰাধী ৬৭ জনক কাৰাদণ্ডৰ পৰা মুকলি কৰি দিছে।পাঠ্যক্ৰমৰ পৰা প্ৰবল প্ৰতাপী তিনিশ বছৰীয়া মোগল সাম্ৰাজ্যৰ প্ৰসংগ চমুৱাই বাদ দিয়াৰ উপক্ৰম কৰিছে।

এই শেহতীয়া মিতিৰৰ ভাওৰ কাৰণ কেৱল আগন্তুক ২০২৪ সংসদী নিৰ্বাচনৰ প্ৰস্তুতি। ফুচুলাই মুশ্লিমৰ ভোট আদায়ৰ কৌশল।গাদীত বহি লব পাৰিলেই পুনৰ অত্যাচাৰ চলাব।

গতিকে মুশ্লিম সমাজে অবিচলিত থাকি ইহঁতক গাদীচ্যুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাহে যুগুত হব।

ড০ হীৰেন গোঁহাই

ড০ হীৰেন গোঁহাই

ড০ হীৰেন গোঁহাই

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd