• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাঘিনীৰ বাবে কলিয়াবৰত জাৰি কৰা হ’ল ১৪৪ ধাৰা

এতিয়ালৈকে বাঘিনী জনীৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও নিৰাপত্তাৰ কথা চিন্তা কৰি জিলা দণ্ডাধীশে অঞ্চলটোত মানুহৰ চলাচল বন্ধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 5:02 pm
4.3k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে প্ৰকাশ পোৱা এক বাতৰি অনুসৰি কলিয়াবৰত বাঘৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে।

সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ চিলঘাট অঞ্চলত। অঞ্চলটোত এজনী বাঘিনীয়ে নিজৰ দুটি পোৱালী লৈ বিচৰণ কৰি থকাৰ প্ৰেক্ষাপটত অঞ্চলটোত প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

লগতে পঢ়কঃ সাংসদ অজিৎ ভূঞাৰ নতুন বিপদ : সাংসদ পুঁজি আত্মসাৎ কৰাৰ অভিযোগত গোচৰ ৰুজু বিশেষ ভিজিলেন্সৰ

এতিয়ালৈকে বাঘিনী জনীৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও নিৰাপত্তাৰ কথা চিন্তা কৰি জিলা দণ্ডাধীশে অঞ্চলটোত মানুহৰ চলাচল বন্ধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।

জানিব পৰা মতে বাঘিনী আৰু পোৱালী দুটি উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱালৈকে এই ধাৰা অব্যাহত থাকিব অঞ্চলটোত।

 অভিযোগ অনুসৰি এতিয়ালৈকে বন বিভাগে বাঘিনী জনী আৰু পোৱালী দুটাক বন্দী কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

লগতে পঢ়কঃ সমলিংগীয় বিবাহক স্বীকৃতি দিয়ক : মুখ্য ন্যায়াধীশলৈ চিঠি পিতৃ-মাতৃৰ

উল্লেখ্য যে কিছুদিন পূৰ্বে এটা বাঘৰ আক্ৰমণত মৃত্যু ডিব্ৰুগড়ত মৃত্যু হৈছিল এটি সাত বছৰীয়া শিশুৰ।

জানিব পৰা মতে, নামৰূপৰ সতীশপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই কৰুণ ঘটনা। বাঘে আক্ৰমণ কৰাৰ ফলত বাগিছাত নিহত হৈছে শিশুটি।

লগতে পঢ়কঃ উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হ’ব : উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা

Recent News

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

সংকট নামি অহিছে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত! ছমাহ ধৰি দৰমহা লাভ কৰা নাই ঠিকাভিত্তিক শ্ৰমিকে

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd