• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সমলিংগীয় বিবাহক স্বীকৃতি দিয়ক : মুখ্য ন্যায়াধীশলৈ চিঠি পিতৃ-মাতৃৰ

অধিবক্তা গীতা লুথ্ৰাই কয় যে জি-২০ গোটৰ ১২খন দেশে ইতিমধ্যে সমলিংগ বিবাহক স্বীকৃতি দিছে। গতিকে এই ক্ষেত্ৰত ভাৰত পিছ পৰি ৰোৱা উচিত নহয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 12:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমলিংগীয় বিবাহক আইনী স্বীকৃতি প্ৰদান কৰক – এই দাবীৰে দেশৰ প্ৰায় ৪০০ ৰো অধিক সমকামী সন্তানত অভিভাৱকে চিঠি লিখিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদলৈ।

অভিভাৱক সকলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদলৈ পত্ৰ লিখি সমলিংগীয় বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে লিখিছে যে তেওঁলোকৰ বিশেষ বিবাহ আইনৰ অধীনত সমলিংগীয় বিবাহে বৈধ বিবাহৰ মৰ্যাদা লাভ কৰাটো বিচাৰে।

Apply Now

লগতে পঢ়কঃ চাণক্যৰ বাণী: পুৰুষৰ এইকেইটা গুণ দেখি প্ৰেমত বাউলী হয় নাৰী

 

উচ্চতম ন্যায়ালয়ত সমলিংগীয় বিবাহ সন্দৰ্ভত আজি চতুৰ্থ দিনৰ শুনানিত এই আবেদনকাৰী পক্ষৰ অধিবক্তাই বিভিন্ন যুক্তি দাঙি ধৰি এনে বিবাহক স্বীকৃতি দিবলৈ অনুৰোধ জনায়।

লগতে পঢ়কঃ যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

সমলিংগীয় বিবাহক বৈধতা প্ৰদানৰ বাবে তেওঁলোকৰ সন্তানে আদালতত যুঁজ দিয়াৰ লগে লগে অভিভাৱকসকলেও নিজৰ সন্তানৰ সমৰ্থনত একত্ৰিত হৈছে।

ভাৰতত বিবাহ সমতাৰ বাবে অভিভাৱকসকলে মুখ্য ন্যায়াধীশলৈ পত্ৰযোগে কাতৰ অনুৰোধ জনাই লিখিছে, সন্তানৰ জীৱন আৰু যৌনতাৰ কথা চিন্তা কৰি তেওঁলোকে সমকামীতাক মানি লৈছে। এতিয়া তেওঁলোকে সমকামী ব্যক্তিৰ মাজত হোৱা বিবাহৰ আইনী বৈধতা বিচাৰিছে।চিঠিখনত লিখিছে– “এনে বিবাহৰ বিৰোধিতা কৰাসকলৰ প্ৰতি আমি সহানুভূতিশীল। কাৰণ এসময়ত আমাৰ বহুতেই সেই পক্ষত আছিলোঁ। কিন্তু শিক্ষা, আলোচনা আৰু ধৈৰ্য্যৰ জৰিয়তে আমি বুজি পাওঁ যে আমাৰ ল’ৰা–ছোৱালীৰ চিন্তা–ভাৱনা শুদ্ধ। আজি সমলিংগীয় বিবাহৰ বিৰোধিতা কৰা সকলেও এদিন আমাৰ লগত যোগ দিব।”

লগতে পঢ়কঃ উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হ’ব : উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা

সমলিংগীয় বিবাহৰ সপক্ষে থকা অধিবক্তাই আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত সংবিধান বিচাৰপীঠৰ সন্মুখত নিজৰ যুক্তি দাখিল কৰে। অধিবক্তা গীতা লুথ্ৰাই কয় যে জি–২০ গোটৰ ১২খন দেশে ইতিমধ্যে সমলিংগ বিবাহক স্বীকৃতি দিছে। গতিকে এই ক্ষেত্ৰত ভাৰত পিছ পৰি ৰোৱা উচিত নহয়।

লগতে পঢ়কঃ গুগলত ভুলটো সন্ধান নকৰিব এইকেইটা বিষয়: কৰিলে হ’ব পাৰে ৰঙাঘৰৰ আলহী

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd