• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কন্যাৰ ন্যায় নাপাই মাতৃ বুধনী প্ৰজাই কৰা আত্মহত্যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ জগৰীয়া : আপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 4:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা যে তিলমানো সুৰক্ষিত নহয়, শেহতীয়াকৈ তিনিচুকীয়াৰ কাটানী গাঁৱত হোৱা এলানি দুখজনক ঘটনাই উদঙাই দিছে। এগৰাকী ১৩ বছৰীয়া কিশোৰীক সমুন্দ্ৰ ৰায় লিম্বু নামৰ বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাছতো অভিযুক্তজনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নোলোৱা কাৰ্যক আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই বিজেপি চৰকাৰ সমালোচনা কৰি কয় যে ‘বেটী বাচাও, বেটী পঢ়াও‘ৰ দৰে শুনিবলৈ ভাল লগা শ্ল‘গান দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে কৰিবলগীয়া নূন্যতম দায়িত্বখিনিও পালন কৰা নাই।

Apply Now

যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। নাবালিকা কন্যাৰ ন্যায় নাপাই মাতৃ বুধনী প্ৰজাই ৰঙালী বিহুৰ দিনাই আত্মহত্যা কৰিবলৈ বাধ্য হ‘ল।

একেখন ঘৰতে দুটাকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতো বিজেপি চৰকাৰৰ গা লৰা নাই। দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ হকে আম আদমি পাৰ্টীয়ে মাত মাতি যাব। ভুক্তভোগী পৰিয়ালটোক চৰকাৰে সাহায্য দিয়াৰ লগতে কিশোৰীগৰাকীৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ল‘বই লাগিব। অন্যথা আম আদমি পাৰ্টীয়ে ইয়াৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd