• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহৰ আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 29, 2023 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দেশৰ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ সেই পৰিপ্ৰেক্ষিততে অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ভিনেশ ফ’গাটে যন্তৰ মন্তৰত ধৰ্ণাত বহি ব্রিজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অমিত শ্বাহৰ আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে৷ কিন্তু ইয়াৰ মাজতে বজৰং পুনিয়াই দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

মল্লযুঁজাৰুগৰাকীয়ে অভিযোগ কৰে যে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ ধৰ্ণাস্থলীৰ বিদ্যুৎ যোগান কৰ্তন কৰে। কেৱল এয়াই নহয়, ধৰ্ণাস্থলীলৈ পানী আৰু আহাৰ লৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এই প্ৰতিবাদস্থলীৰ চাৰিওফালে বেৰিকেড লগাইছে।

Apply Now

লগতে পঢ়ক: টকাৰ বাহাদুৰী! ৩ লাখ টকীয়া কাপত চাহ খায় নীতা আম্বানীয়ে! কিয় এই কাপটোৰ ইমান দাম?

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙে কয়, ‘পুলিচে কৈছে, প্ৰতিবাদ কৰিব বিচাৰিলে ৰাজপথত শোৱা। আজি তেওঁলোকৰ ওপৰত কেনেধৰণৰ হেঁচা আহিছে? আগতে এনেকুৱা কোনো সমস্যা নাছিল, উচ্চতম ন্যায়ালয়ৰ হেঁচাতে এনেকুৱা হৈছে।’

ইপিনে, বজৰঙে তেওঁলোকৰ বাবে খাদ্য-পানী আনি থকাসকলক আৰক্ষীয়ে মাৰপিট কৰি খেদি দিয়াৰো অভিযোগো উত্থাপন কৰে। আৰক্ষীৰ এই আচৰণ দেখি বজৰং স্তম্ভিত হৈ পৰে। অৱশ্যে বজৰং পুনিয়াই কয় যে আৰক্ষী প্ৰশাসনে যিমানেই অত্যাচাৰ নকৰক কিয় ন্যায় নোপোৱালৈকে আমি আন্দোলন অব্যাহত ৰাখিম।

আনহাতে, অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিকৰ স্বামী তথা মল্লযুঁজাৰুগৰাকীয়ে কয়, ‘অৱশেষত এফ আই আৰ পঞ্জীয়ন হোৱাটো ভাল কথা। কিন্তু এফ আই আৰৰ পৰা আমি কি পাম? এফ আই আৰ-য়ে আমাক ন্যায় দিব? দিল্লী আৰক্ষীয়ে প্ৰথম দিনাই এফআইআৰ দাখিল কৰিব লাগিছিল। আমাৰ কাগজে-কলমে যুদ্ধ আৰম্ভ হৈছে মাত্ৰ। আমাৰ আইনী দল আৰু প্ৰশিক্ষকসকলে কি কয় চাওঁ। আমাৰ দাবী হৈছে মল্লযুঁজক ৰাজনীতিৰ পৰা পৃথক কৰি আমাৰ মহিলা মল্লযুঁজাৰুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা।’

লগতে পঢ়ক: মনত ৰাখিব! চতুৰ মানুহ তেৱেঁই যিয়ে এই তিনিটা কথা গোপনে ৰাখিব পাৰে

ইপিনে, দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে মল্লযুঁজাৰুৰ সৈতে দিল্লী আৰক্ষীৰ আচৰণ সন্দৰ্ভত টুইট কৰে। তেওঁ টুইট কৰি কয়, ‘৬ দিন ধৰি এফআইআৰ দাখিল কৰা হোৱা নাছিল। এতিয়া বিদ্যুৎ বিচ্ছিন্ন হৈ আছে। প্ৰতিবাদকাৰীক খাদ্য আৰু পানীৰ পৰা বঞ্চিত কৰা হৈছে। হয়তো অতি অত্যাচাৰী শাসকেও নিজৰ বিৰোধীৰ লগত এনে নকৰিলেহেঁতেন। কিন্তু এইটোৱেই আমাৰ গণতন্ত্ৰ, আৰু এইসকল আমাৰ অলিম্পিক চেম্পিয়ন।’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd