• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

টকাৰ অভাৱ কেনেকৈ দূৰ কৰিব? চাণক্যই দিছে উপায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 8:18 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাণক্যৰ নীতিত জীৱন-যাপনৰ কেইবাটাও পদ্ধতি উল্লেখ কৰা হৈছে, যিবোৰ মানি চলিলে অৰ্থপূৰ্ণ জীৱন যাপন কৰি দুখ-কষ্টক সহজেই জয় কৰিব পৰা যায়। চাণক্য নীতিৰ সহায়ত অসুবিধাবোৰ সহজে দূৰ কৰিব পাৰি।

লগতে পঢ়কঃ আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? কৈ দিছে চাণক্য নীতিয়ে

Apply Now

চাণক্যৰ মতে যিজন ব্যক্তিয়ে প্ৰকৃত মনোনিৱেশ আৰু নিষ্ঠাৰে জীৱনৰ ক্ষেত্ৰখনত কাম কৰে, তেওঁ সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত চূড়ান্ত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়, টকা উপাৰ্জনৰ ক্ষেত্ৰতো একেই কথা। চাণক্যই কয়, কষ্ট অবিহনে সফলতা নাহে।

লগতে পঢ়কঃ চাণক্য নীতি: এই দুটা বস্তুৰ অভাৱত কেতিয়াও দুখ নকৰিবা, সুখ অৱশ্যেই আহিব

যদি আপুনি জীৱনত দ্ৰুতগতিত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত ভাল পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা বিশদ পৰিকল্পনা কৰক। পৰিকল্পনা কৰিলে আপোনাৰ কাম শেষ কৰাত সহায়ক হ’ব আৰু কামত সফল হ’লে আৰ্থিক সফলতা নিশ্চয় পাব

লগতে পঢ়কঃ চাণক্যৰ বাণী: পুৰুষৰ এইকেইটা গুণ দেখি প্ৰেমত বাউলী হয় নাৰী

সফল হ’বলৈ হ’লে জীৱনত অনুশাসন থাকিব লাগিব। যিসকলৰ জীৱনৰ কোনো ক্ষেত্ৰতে অনুশাসন নাই, তেওঁলোকে কেতিয়াও আকাংক্ষিত সফলতাৰ ওচৰ চাপিব নোৱাৰে। দেখা যায় যে অনুশাসন অনুসৰণ কৰাসকলে অতি সোনকালে আৰু সহজে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। মা লক্ষ্মীয়ে তেওঁলোকৰ প্ৰতি সদয় দৃষ্টিৰে চায়।

লগতে পঢ়কঃ  চাণক্য নীতিঃ টকাতকৈ মূল্যৱান এই তিনিটা বস্তু

চাণক্যই অনুভৱ কৰিছিল যে উপাৰ্জিত ধনৰ এক বৃহৎ অংশ দুখীয়া মানুহক দান কৰিব লাগে। যিসকলে নিজৰ উপাৰ্জিত ধনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰে তেওঁলোকক মা লক্ষ্মীয়ে বিশেষ আশীৰ্বাদ প্ৰদান কৰে। কিন্তু উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰা মানুহৰ ওপৰত লক্ষ্মীৰ খং উঠে।

লগতে পঢ়কঃ চাণক্য নীতি : পিতৃ মাতৃৰ এই তিনিটা ভুলে ধ্বংস কৰিব পাৰে সন্তানৰ জীৱন

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd