• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? কৈ দিছে চাণক্য নীতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 7:05 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাণক্যৰ মতে আমি শিক্ষাৰ যোগেদি যি শিকো, সেইখিনিয়েই আমাৰ গোটেই জীৱনৰ পথ হৈ পৰে। এই জ্ঞান আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে।

বিষ্ণু গুপ্ত, কৌটিল্য নামেৰেও জনা গৈছিল চাণক্যক। তেওঁ আছিল কূটনীতিবিদ, ৰাজ উপদেষ্টা, অৰ্থনীতিবিদ, দাৰ্শনিক, শিক্ষক আৰু ন্যায়বিদ। প্ৰজন্মৰ পিছত প্ৰজন্মক চাণক্যই তেওঁৰ নীতিৰ জৰিয়তে জীৱনত সফলতাৰ দিশ দেখুৱাই আহিছে। আধুনিক জীৱনতো তেওঁৰ নীতি নিৰ্ভুল বুলি বাৰে বাৰে প্ৰমাণিত হৈছে।

চাণক্যই অৰ্থশাস্ত্ৰ নামৰ এখন উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল। সেই কিতাপখনত লিখা নীতিবোৰ এতিয়াও বহুতে মানি চলে। চাণক্য আছিল নীতিশাস্ত্ৰৰ পণ্ডিত। তেওঁ প্ৰণয়ন কৰা নীতিসমূহ কিতাপখনত লিপিবদ্ধ কৰা হৈছে। সেই কিতাপখনতেই তেওঁ জীৱনত সুখী হোৱাৰ আদৰ্শ উপায়ৰ কথা কৈছে।

Apply Now

তেওঁৰ লেখাত থকা সকলো নীতি বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে যে সকলো নীতিতে ব্যৱহাৰিক প্ৰজ্ঞা আৰু শক্তিশালী যুক্তি আছে। গতিকে চাণক্যৰ নীতি অনুসৰণ কৰিলে কেতিয়াও সুখ আৰু শান্তিৰ অভাৱ নহয়। লাভ হয় প্ৰগতিশীল জীৱন।

চাণক্যৰ মতে আমি শিক্ষাৰ যোগেদি যি শিকো, সেইখিনিয়েই আমাৰ গোটেই জীৱনৰ পথ হৈ পৰে। এই জ্ঞান আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। চাওঁকচোন চানক্যই সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিবলৈ কি নীতি পালন কৰিবলৈ কৈছে—

  • বয়োজ্যেষ্ঠ আৰু নেতৃস্থানীয় ব্যক্তিৰ প্ৰতি সৌজন্যশীল হওক। লাহে লাহে আৰু মৃদুভাৱে কথা কওক। জীৱনশৈলী এনেকুৱা হ’ব লাগে যাতে যিকোনো কাম আৰু ব্যৱসায়ত সফলতা আহে।
  • অস্থিৰ মনটোক শান্ত কৰক। মন শান্ত হ’লেহে এজন প্ৰকৃত বন্ধুক চিনিব পাৰি।
  • যিসকলে আনৰ সুখৰ বাবে দুখ কৰে, তেওঁলোকে কেতিয়াও সুখী হ’ব নোৱাৰে। এই কথাবোৰ চাণক্য নীতিৰ ত্ৰয়োদশ অধ্যায়ৰ ১৫ নং পদত উল্লেখ কৰা হৈছে। লগতে তেওঁ কয় যে সন্তুষ্টি অবিহনে কোনো কামতে সফল হ’ব নোৱাৰি।
  • চাণক্যৰ মতে ক্ৰোধ আমাৰ সৰ্ববৃহৎ শত্ৰু। কাৰণ খঙৰ অৱস্থাত কোনো সিদ্ধান্ত সঠিকভাৱে ল’ব নোৱাৰি। খঙৰ অৱস্থাত কি ভুল আৰু কি উচিত সেইটো স্পষ্টভাৱে সিদ্ধান্ত ল’ব নোৱাৰি।
  • কেতিয়াও অন্ধভাৱে বিশ্বাস কৰি নিজৰ আটাইতকৈ ডাঙৰ গোপন কথা কাৰো আগত প্ৰকাশ কৰা উচিত নহয়। সেই গোপনীয়তাৰ বাবেই এটা সময়ত সেই ব্যক্তিজন আপোনাৰ ধ্বংসৰ কাৰণ হ’ব পাৰে। চাণক্যই কৈছে যে আমাৰ আটাইতকৈ ওচৰৰ মানুহজনেই আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ উঠিব পাৰে।
  • আমি পোৱা জীৱনটো বহুত চুটি। আমি আমাৰ ভুলৰ পৰা শিকি লওঁ। গতিকে এজন ব্যক্তিয়ে নিজৰ ভুলৰ প্ৰতি সচেতন হোৱা উচিত। তেনে ক্ষেত্ৰত প্ৰতিটো ভুলৰ পৰাই শিক্ষা পোৱা যায়। বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাৰ কোনো বিকল্প থাকিব নোৱাৰে।
  • প্ৰয়োজনতকৈ বেছি আত্মবিশ্বাসী হ’লে গোটেই পৃথিৱীয়ে আপোনাক মূৰ্খ কৰি তুলিব। অৰণ্যৰ আটাইতকৈ পোন গছজোপা প্ৰথমে কাটি দিয়া হয়।
  • কেতিয়াও লোভৰ দ্বাৰা পৰিচালিত হ’ব নালাগে। লোভৰ দ্বাৰা পৰিচালিত হোৱাৰ ফলত বাৰে বাৰে ভুল কাম কৰাৰ সম্ভাৱনা বৃদ্ধি পায়।
  • জীৱনৰ কোনো এটা সময়ত কেইবাটাও চিৰি বগাই একেবাৰে ওপৰলৈ উঠিবলগীয়া হয়। কিন্তু সেই কামটো কৰাৰ আগতে আপোনাৰ লক্ষ্যৰ বিষয়ে স্পষ্ট ধাৰণা থাকিব লাগিব আৰু নিজৰ উদ্দেশ্যৰ বিষয়ে নিশ্চিত হ’ব লাগিব। তেতিয়াহে আপুনি সফলতা লাভ কৰিব।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd