• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শৰীৰত এইকেইটা লক্ষণ দেখা পালে সাৱধান হওক : হ’ব পাৰে স্তন কেন্সাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 3:38 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্তন কেন্সাৰত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাটো আজিকালি ভাৰতত সাধাৰণ কথাৰ দৰে হৈ পৰিছে। তথাপি আমাৰ দেশত এই কেন্সাৰ সম্পৰ্কে এতিয়াও বিশেষ সজাগতা নাই।

উল্লেখ্য যে এই ৰোগ ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।

Apply Now

লগতে পঢ়কঃ দিনে দিনে হ্ৰাস পাইছে পুৰুষৰ প্ৰজনন ক্ষমতা! গৱেষণাত পোহৰলৈ আহিছে মাৰাত্মক তথ্য

পৰিসংখ্যা অনুসৰি ভাৰতৰ প্ৰতি ৪ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলা স্তন কেন্সাৰত আক্ৰান্ত হয়। প্ৰতি ১৩ মিনিটৰ মূৰে মূৰে এই দেশত এগৰাকী মহিলা স্তন কেন্সাৰত মৃত্যু হয়।

গতিকে ৩০ বছৰ বয়সৰ পৰাই সাৱধান হওক। নিয়মীয়াকৈ স্তন পৰীক্ষা কৰক।

যদি স্তনৰ ছালৰ কোনো অংশ ওপৰলৈ উঠি যায় বা বিষহীনভাবে ফুলা দেখা যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। হঠাতে নিপলৰ আকৃতি সলনি হোৱাটোও স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে। যদি স্তনৰ আকাৰ সলনি হয় বা হঠাতে কমিবলৈ আৰম্ভ কৰে তেন্তে সাৱধান হওক, চিকিৎসকৰ ওচৰলৈ যাওক। ঋতুস্ৰাৱৰ সময়ত যদি স্তনৰ বিষ বা কোনো অস্বস্তি অনুভৱ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

লগতে পঢ়কঃ মদ্যপান কৰে নেকি? তেন্তে জানি লওঁক ফেটি লিভাৰৰ লক্ষণসমূহ

যদি স্তনৰ কোনো অংশৰ ৰং ৰঙা বা কমলালৈ সলনি হোৱা লক্ষ্য কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কিন্তু মনত ৰাখিব, এই সকলোবোৰ লক্ষণৰ অৰ্থ এইটো নহয় যে ই স্তন কেন্সাৰ। গতিকে আতংকিত নহ’ব আৰু সাৱধান হওক। বিশেষজ্ঞৰ পৰামৰ্শ লওক। কেন্সাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সহজে চিকিৎসা কৰিব পৰা যায়।

স্তন কেন্সাৰৰ প্ৰতিকাৰ সমূহ :

  • আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক। কাৰণ অতিৰিক্ত ওজনে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
  • পৰিয়ালত কাৰোবাৰ স্তন কেন্সাৰৰ ইতিহাস থাকিলে সাৱধান হওক।
  • নৱজাতকক স্তনপান নকৰালেও স্তন কেন্সাৰ হোৱাৰ আশংকা থাকে।
  • অতিৰিক্ত তেল থকা খাদ্য, ফাষ্ট ফুড পৰিহাৰ কৰক।
  • কাৰ্বহাইড্ৰেট গ্ৰহণ ৰোধ কৰক।
  • অতিৰিক্ত মদ্যপান, ধঁপাত সেৱনেও স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
  • ৩০ বছৰৰ পৰা সাৱধান হওক যাতে কেন্সাৰৰ আশংকা নহয়। নিয়মীয়াকৈ স্তন পৰীক্ষা কৰক ।

লগতে পঢ়কঃ ছন্দ হেৰাইছে নেকি দাম্পত্য জীৱনৰ? যৌন শক্তি বৃদ্ধিৰ বাবে খাওঁক এইকেইটা বিশেষ খাদ্য

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd