• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মদ্যপান কৰে নেকি? তেন্তে জানি লওঁক ফেটি লিভাৰৰ লক্ষণসমূহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 10:00 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনিয়ন্ত্ৰিত জীৱন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শৰীৰৰ প্ৰতি অৱহেলা, অত্যধিক মদ্যপান — এইবোৰ যদি আধুনিক জীৱনৰ সংগী হয়, তেন্তে তাৰ ফল নিশ্চয় ফেটি লিভাৰ বা লিভাৰ চিৰ’ছিছৰ দৰে ৰোগ।

বেছিভাগ ক্ষেত্ৰতে কিছুমান বেয়া অভ্যাস আৰু ভুলৰ বাবে যকৃতৰ ৰোগে শৰীৰত থিতাপি লয়। নিয়মিতভাৱে মদ খোৱাসকলৰ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা বেছি। গতিকে এই ৰোগৰ সৈতে মোকাবিলা কৰিব লাগিব জীৱনশৈলীৰ পৰিবৰ্তনৰ দ্বাৰা।

Apply Now

ফেটি লিভাৰৰ লক্ষণসমূহ জানিব পাৰিলে আগতীয়াকৈ সতৰ্ক হ’ব পাৰি। কি কি লক্ষণে এই ৰোগৰ ইংগিত দিয়ে জানোঁ আহক –

১) শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে বহু সময়ত ফেটি লিভাৰৰ সমস্যাৰ সৃষ্টি হয়। যদি বেয়া কলেষ্টেৰল বা এল ডি এলৰ মাত্ৰা বৃদ্ধি পাই থাকে তেন্তে লিভাৰৰ পৰীক্ষা কৰাটো জৰুৰী।

২) শালমন বাঢ়িবলৈ আৰম্ভ কৰিলে সচেতন হওক। যিকোনো বয়সতে শালমনৰ প্ৰতি সচেতন হওক। শালমনৰ অন্যতম কাৰণ হ’ল ফেটি লিভাৰ। গতিকে শালমন হ’লে এবাৰ লিভাৰৰ অৱস্থা পৰীক্ষা কৰক।

৩) শৰীৰত চৰ্বি বাঢ়িবলৈ আৰম্ভ কৰিছে নেকি? অলপতে ভাগৰুৱা অনুভৱ কৰে নেকি? এনে হ’লে ই ফেটি লিভাৰৰ লক্ষণ হ‘ব পাৰে।

৪) ফেটি লিভাৰৰ বাবে শৰীৰৰ পৰা প্ৰদূষক পদাৰ্থ ভালদৰে আঁতৰাব নোৱাৰি। গতিকে প্ৰস্ৰাৱৰ ৰং আৰু গোন্ধৰ ওপৰত চকু ৰাখিব। যদিহে আপোনাৰ প্ৰস্ৰাৱৰ ৰং ধাৰাবাহিকভাৱে হালধীয়া হয় আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ পিছতো দুৰ্গন্ধযুক্ত হয় তেন্তে ফেটি লিভাৰৰ প্ৰতি সচেতন হওক।

৫) ওজন বৃদ্ধিৰ লগতে বহু লোকৰ ক্ষুধাও বৃদ্ধি পায়। এনে সময়ত মিঠা খাদ্যৰ প্ৰতি আসক্তিৰ ফলত চৰ্বিযুক্ত ফেটি লিভাৰৰ সমস্যা হ’ব পাৰে।

সীমিত পৰিমাণত মদ্যপান কৰক। পাৰিলে মদ্যপান ত্যাগ কৰক। স্বাস্থ্যসন্মত খাদ্য খাওঁক। প্ৰচুৰ পৰিমাণে পানী খাওঁক। শাৰীৰিক পৰিশ্ৰম কৰক আৰু ফেটি লিভাৰৰ পৰা বাচি থাকক। কিবা অসুবিধা বা লক্ষণে দেখা দিলে চিকিৎসকৰ কাষ চাপক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd