• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিনে দিনে হ্ৰাস পাইছে পুৰুষৰ প্ৰজনন ক্ষমতা! গৱেষণাত পোহৰলৈ আহিছে মাৰাত্মক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2023 3:07 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পৰাই বিজ্ঞানীসকলে এই বিষয়ত অহৰহ গৱেষণা চলাই আহিছে। শেহতীয়াকৈ এটা নতুন অধ্যয়ন চৰ্চালৈ আহিছে য’ত দাবী কৰা হৈছে যে কৰ’না ভাইৰাছে পুৰুষৰ প্ৰজনন ক্ষমতাত অতি বেয়া প্ৰভাৱ পেলাইছে। এই অধ্যয়ন অনুসৰি মৃদু লক্ষণৰ পিছতো কৰ’না ভাইৰাছে পুৰুষৰ প্ৰজনন ক্ষমতাত বিৰূপ প্ৰভাৱ পেলাইছে।

গৱেষকসকলে এই অধ্যয়নৰ পৰা জানিব বিচাৰিছিল যে কৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আচলতে হ্ৰাস পাইছে নেকি? লগতে এই সংক্ৰমণে দীৰ্ঘ সময়ৰ পিছত পুৰুষৰ শুক্ৰাণুৰ প্ৰজনন ক্ষমতাত কিবা বিৰূপ প্ৰভাৱ পেলায় নেকি? এই অধ্যয়ন অনুসৰি কৰ’না ভাইৰাছৰ পৰা সুস্থ হোৱা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা অতি কম দেখা গৈছে।

লগতে পঢ়ক: এইবাৰ ‘মাংস ভক্ষক’ বেক্টেৰিয়াৰ সন্ধান! সংক্ৰমিত হ’লে এদিনৰ ভিতৰত হ’ব পাৰে মৃত্যু

Apply Now

শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ কাৰণ হ’ল প্ৰ’টিনৰ পৰিৱৰ্তন যিয়ে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰে। প্ৰটিনৰ পৰিৱৰ্তনৰ বাবে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা কম বুলি গৱেষণাত এই তথ্য এটা  ধৰা পৰিছে। অৱশ্যে এই বিষয়ত গৱেষকসকলে এতিয়াও বিতং গৱেষণা কৰিব।

আই আই টি-বম্বেৰ এই গৱেষণা ‘এ চি এছ ওমেগা’ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। এই অধ্যয়নত আই আই টি-বম্বেৰ গৱেষকৰ লগতে যশলক হাস্পতালৰ গৱেষকসকলো জড়িত আছিল। এই অধ্যয়নত কিছুদিন পূৰ্বে কৰ’নাৰ পৰা সুস্থ হোৱা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা পৰীক্ষা কৰা হৈছিল।

মন কৰিবলগীয়া যে আই আই টি-বম্বেই তেওঁলোকৰ গৱেষণাত দাবী কৰিছে যে কৰ’না ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ পিছতো আৰু মৃদু লক্ষণ দেখা দিয়াৰ পিছতো এই ভাইৰাছে পুৰুষৰ শৰীৰত নিৰ্মিত প্ৰ’টিনৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায় যিবোৰ প্ৰজননৰ বাবে প্ৰয়োজনীয়। ইয়াৰ বাবে ভৱিষ্যতে বহুতে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

লগতে পঢ়ক: বিতৰ্কিত মন্তব্যৰে হিন্দুৰ অনুভূতিত আঘাত! পোষ্টটো ডিলিট কৰি ক্ষমা বিচাৰিলে লাকী আলীয়ে

গৱেষকসকলে প্ৰথমে ১০ জন সুস্থ পুৰুষৰ শুক্ৰাণুৰ সংখ্যা পৰীক্ষা কৰিছিল। ইয়াৰ পিছত শেহতীয়াকৈ কৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠা ১৭ জন পুৰুষৰ পৰীক্ষা কৰা হয়। ইয়াৰে ১৭ জন পুৰুষৰ শুক্ৰাণু তৈয়াৰ কৰা প্ৰটিনৰ মাত্ৰা কম হোৱা দেখা গৈছে। এই আটাইকেইজন পুৰুষৰ বয়স ২০ৰ পৰা ৪৫ বছৰৰ ভিতৰত। উল্লেখ্য যে ইয়াৰে ১৭ জন পুৰুষৰ পূৰ্বতে প্ৰজনন ক্ষমতাৰ কোনো সমস্যা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd