• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ ‘মাংস ভক্ষক’ বেক্টেৰিয়াৰ সন্ধান! সংক্ৰমিত হ’লে এদিনৰ ভিতৰত হ’ব পাৰে মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2023 12:12 pm
ফটো:  সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিমান যে দিনে দিনে নতুন নতুন আতংকৰ খবৰ আহিবলৈ ধৰিছে। এইবাৰ ওলাইছে “মাংস ভক্ষক” বেক্টেৰিয়া। কিন্তু সঁচাকৈয়ে আমেৰিকাত এনে এটা প্ৰাণীৰ সন্ধান পোৱা গৈছে। ইয়াৰ সংক্ৰমণৰ মাত্ৰা ইমানেই ভয়ংকৰ যে আক্ৰান্তই বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। কেতিয়াবা এদিনৰ পৰা দুদিনৰ ভিতৰতে ৰোগীৰ মৃত্যুও ঘটিছে।

কিন্তু এই ‘মাংস খোৱা’ বেক্টেৰিয়া কি? আমেৰিকাৰ ‘চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন অফ দ্য ইউনাইটেড ষ্টেচছ’ ৰ তথ্য অনুসৰি এই বেক্টেৰিয়াৰ নাম হৈছে ভিব্ৰিও ভালনিফিকাছ (Vibrio vulnificus)।

লগতে পঢ়ক: ম্যানমাৰত হত্যাযজ্ঞ! সামৰিক জুন্টা বাহিনীৰ বিমান আক্ৰমণত নিহত কমেও ১০০জন লোক

Apply Now

এই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে। তেনেহ’লে আক্ৰান্ত অংগটো অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলাব লাগে। দেখা গৈছে যে আক্ৰান্তৰ মাজৰ ৫ জনৰ ভিতৰত এজনৰ এদিনৰ পৰা দুদিনৰ ভিতৰত মৃত্যু হৈছে।

কিন্তু এই প্ৰাণীবোৰক কিয় ‘মাংস ভক্ষক’ বুলি কোৱা হয়? আচলতে দেখা গৈছে যে কেইবাটাও ক্ষেত্ৰত সংক্ৰমণৰ ফলত হোৱা ঘাঁৰ চাৰিওফালে থকা মাংস গুৰুতৰ সংক্ৰমণৰ বাবে নষ্ট হৈ গৈছে। বহু সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে সেই বেক্টেৰিয়াবোৰ ‘মাংস ভক্ষক’।

এই সন্দৰ্ভত এখন গৱেষণা পত্ৰ ছায়েন্টিফিক ৰিপ’টাৰ্ছ’ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। তাত ১৯৮৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ১১০০ টা ঘাঁৰ সংক্ৰমণৰ ওপৰত গৱেষণাৰ বাতৰি পোৱা গৈছে। তাতেই উল্লেখ কৰা হৈছে সেই বেক্টেৰিয়াৰ কথা।

লগতে পঢ়ক: গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা! যৌন নিৰ্যাতনৰ অভিযোগত তোলপাৰ ভাৰতীয় নৃত্য একাডেমী

গৱেষকসকলে আশংকা কৰিছে যে এই বেক্টেৰিয়াটো মূলতঃ আমেৰিকাৰ পূব উপকূলত পোৱা গৈছে। ২০৪১ চনৰ পৰা ২০৬০ চনৰ ভিতৰত নিউ জাৰ্চি আৰু নিউয়ৰ্কত এই বেক্টেৰিয়াৰ প্ৰাধান্য দেখা যাব বুলিও গৱেষকসকলে আশংকা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd