• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী নিযুক্তিত হোৱা Overlahping সমস্যাৰ সন্দৰ্ভত সৰৱ জাতীয় যুৱ বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 4:09 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী নিযুক্তিত হোৱা Overlahping সমস্যাৰ সন্দৰ্ভত সৰৱ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী৷ আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত হোৱা এক সংবাদমেল যোগে Overlahping ৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে সংগঠনটোৰ সভাপতি লক্ষজ্যোতি গগৈ, উপ-সভাপতি দ্বীপজ্যোতি বৈশ্য, উপ-সভাপতি হীৰক জ্যোতি বেজবৰুৱা আৰু তথ্য প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈ৷

শেহতীয়াকৈ ঘোষণা কৰা স্বাস্থ্য বিভাগৰ(DHত্ৰ) চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলত ব্যাপক Overlahping হোৱা দেখা গৈছে৷ Overlahping ৰ সমস্যাটো চৰকাৰে শীঘ্ৰে সমাধান নকৰিলে ৰ লাখ নিযুক্তি প্ৰক্ৰিয়াটোত প্ৰকৃততে ৰ লাখ পদ পূৰণ নহ’বগৈ আৰু আমাৰ সন্দেহ হয় যে চৰকাৰে সংখ্যাৰ খেল খেলিবলৈকে নিবনুৱাসকলৰ লগত হেতালি খেলিছে৷ শেহতীয়া স্বাস্থ্য বিভাগৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ পাছতেই হোৱা এক ব্যাপক বিসংগতি তথ্য সহ ডাঙি ধৰে সভাপতি লক্ষজ্যোতি গগৈয়ে কয় যে ৪০৭০৮৭৬০ ৰোল নম্বৰৰ প্ৰাৰ্থীজনে ৪৬ টা পদত, ৪০৭৪০০২৫ নম্বৰৰ প্ৰাৰ্থীজনে ৪৫ টা পদত, ৪০৭০১৯১৯ আৰু ৪০৭০৮৪৮৬২ নম্বৰৰ প্ৰাৰ্থীকেইজনে ৪৪ টা পদত, ৪০৩০০১১ৰ আৰু ৪০৭১৩৯৪৭ নম্বৰৰ প্ৰাৰ্থীকেইজনে ৪২ টা পদত, ৪০৭৩৬৮৮৫, ৪০৮০৩৯৩৭ আৰু ৪১৭০৬৫৮৩ নম্বৰৰ প্ৰাৰ্থীকেইজনে ৪০ টা পদৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ ঠিক সেইদৰে ৩ জন প্ৰাৰ্থীয়ে ৩৯ টা পদৰ বাবে, ৰ জন প্ৰাৰ্থীয়ে ৩৮ টা পদৰ বাবে, ২ জন প্ৰাৰ্থীয়ে ৩৭ টা পদৰ বাবে, একোজনকৈ প্ৰাৰ্থীয়ে ক্ৰমে ৩৬ টা, ৩৫ টা, ৩৪ টা পদৰ বাবে, ৩ জন প্ৰাৰ্থীয়ে ৩২ টা পদৰ বাবে, ৰ জনে ৩১ টা পদৰ বাবে, ২ জনে ৩০ টা পদৰ বাবে, ৩ জনে ২৯ টা পদৰ বাবে, ২ জনে ২৮ টা পদৰ বাবে, ৰ জনে ২৭ টা পদৰ বাবে, ৩ জনে ২৬ টা পদৰ বাবে, ২ জনে ২৫ টা পদৰ বাবে, ৭ জনে ২৪ টা পদৰ বাবে, ৪ জনে ২৩ টা পদৰ বাবে, ২ জনে ২২ টা পদৰ বাবে, ৪ জনে ২১ টা পদৰ বাবে, ৬ জনে ২০ টা পদৰ বাবে, ৭ জনে ১৯ টা পদৰ বাবে, ৪ জনে ১৮ টা পদৰ বাবে, ৩ জনে ১৭ টা পদৰ বাবে, ৯ জনে ১৬ টা পদৰ বাবে, ৫ জনে ১৫ টা পদৰ বাবে, ৮ জনে ১৪ টা পদৰ বাবে, ৬ জনে ১৩ টা পদৰ বাবে, ১০ জনে ১২ টা পদৰ বাবে, ২৩ জনে ১১ টা পদৰ বাবে, ২৫ জনে ১০ টা পদৰ বাবে, ২১ জনে ৯ টা পদৰ বাবে, ৩৭ জনে ৮ টা পদৰ বাবে, ৫৫ জনে ৭ টা পদৰ বাবে, ৪৯ জনে ৬ টা পদৰ বাবে, ১১৪ জনে ৫ টা পদৰ বাবে, ১২৪ জনে ৪ টা পদৰ বাবে, ২৭৮ জনে ৩ টা পদৰ বাবে আৰু ২৮৫ জনে ২ টা পদৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ সৰ্বমুঠ ১১২১ জন প্ৰাৰ্থীয়ে দুটাৰ পৰা সৰ্বোচ্ছ ৪৬ টা পদৰ বাবে নিৰ্বাচিত হৈছে৷ ২১৮৮ জন প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে উত্তীৰ্ণ হৈছে৷

Apply Now

কেৱল স্বাস্থ্য বিভাগৰ নিযুক্তি ফলাফলৰ ক্ষেত্ৰতেই নহয় শেহতীয়াকৈ দেখা গৈছে বিভিন্ন বিভাগত চলি থকা নিযুক্তি পৰীক্ষাত একেজন প্ৰাৰ্থীয়েই বহুকেইটা পদৰ বাবে নিৰ্বাচিত হৈছে৷ যাৰ ফলত অসমৰ নিবনুৱাসকলে আশা কৰা ধৰণে সম্পূৰ্ণ এক লাখ পদত নিযুক্তি নহ’ব আৰু বহুতো নিবনুৱা বঞ্চিত হ’ব৷ আাজি ঘোষনা কৰা State Level Recruitment Commission for Class III ৰ পদ সমূহতো এনে overlahping হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষজ্যোতি গগৈয়ে উল্লেখ কৰে যে এনেদৰে Overlahping ৰ জৰিয়তে নিযুক্তি প্ৰদান কৰিলে এক লাখ নিযুক্তি কেতিয়াও সম্পূৰ্ণ নহ’ব৷ যাৰ ফলত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা বঞ্চিত হোৱাৰ লগতে খালী হৈ থকা পদ সমূহ কেতিয়াও পূৰণ নহ’ব অথবা সেই পদসমূহ পূৰণ হ’বলৈ বহু সময় লাগিব৷ অন্যহাতে, overlahping ৰ ফলত খালি ৰৈ যোৱা একেকেইটা পদৰ বাবে ৰাজ্যৰ নিবনুৱাসকলে বাৰম্বাৰ আবেদন কৰি থাকিব লাগিব, পৰীক্ষা দি থাকিব লাগিব৷ ফলত নিবনুৱাসকলৰ ওপৰত পুনৰ আৰ্থিক আৰু মানসিক হেঁচাও পৰিব৷ ইফালে চৰকাৰে ঘোষনা কৰা অনুসৰি নিযুক্তি লাভ নকৰা সকলৰ আৱেদন মাচুলো বৰ্তমান সময়লৈকে ঘূৰাই দিয়া নাই৷

Overlahping ৰ সমস্যা সমাধান কৰিবলৈ Merit List ঘোষণা কৰাৰ লগতে এখন Waiting list ঘোষণা কৰিব লাগে বা প্ৰথমে Provincial list ঘোষণা কৰি সকলো overlahping ৰ সমস্যা দূৰ হোৱাৰ পিছত Final Merit list ঘোষণা কৰিব লাগে৷ দ্বিতীয়তে যিসমূহ পদৰ বাবে সৰ্বোচ্ছ শিক্ষাগত অৰ্হতা ধাৰ্য কৰা হৈছে, সেইসমূহ পদত যাতে অধিক শিক্ষাগত অৰ্হতা থকা যুৱক যুৱতীসকলে নিযুক্তি লাভ নকৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ লগতে কোন বিভাগত কিমান জনক এক লাখ নিযুক্তি প্ৰদান কৰা হ’ল আৰু কোন সমূহ নিযুক্তি স্থায়ী আৰু কোন সমূহ অস্থায়ী তাৰ তালিকা অতিশীঘ্ৰে ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে৷ এই দাবী সমূহ শীঘ্ৰে কাৰ্যকৰী নকৰিলে অনাগত দিনত অসমত উদ্ভৱ হ’ব পৰা যিকোনো সমস্যাৰ বাবে জাতীয় যুৱ বাহিনী দায়ী নহয় বুলি সকীয়াই দিয়ে সংগঠনটোৱে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd