• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেডবেৰীত লিষ্টেৰিয়াৰ আতংক! সমগ্ৰ ইউৰোপতে লাখ লাখ লোকে খোৱা বন্ধ কৰিবলৈ লৈছে চকলেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 4:39 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিষ্টেৰিয়াৰ সম্ভাৱ্য উপস্থিতিৰ বাবে কেডবেৰীৰ নিৰ্মাতা মুলাৰে ফ্লেক আৰু ডেইৰী মিল্ক বাটনকে ধৰি ছটা কেডবেৰীৰ সামগ্ৰীৰ বিক্ৰী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। লিষ্টেৰিয়া হৈছে এক প্ৰকাৰৰ বেক্টেৰিয়া, যিটো ঠাণ্ডা খাদ্যত পোৱা যায়, আৰু ইয়াৰ আক্ৰমণে মানুহৰ শৰীৰত বিৰল সংক্ৰমণ ‘লিষ্টেৰিয়াছিছ’ৰ সৃষ্টি কৰিব পাৰে। যদিও বেছিভাগ লোকৰ বাবে সংক্ৰমণ গুৰুতৰ নহয়, তথাপিও মুলাৰে এটা বিশেষ বেচত নিৰ্মিত কেডবেৰীৰ সামগ্ৰী সেৱন নকৰিবলৈ আৰু ঘূৰাই ল’বলৈ পৰামৰ্শ দিয়ে।

কিন্তু কেডবেৰীৰ সেই বিশেষ বেচটোৰ বাহিৰে আন কোনো বেচত ইয়াৰ প্ৰভাৱ পৰা নাই। খাদ্য মানদণ্ড সংস্থাই (এফ এছ এ) তলত উল্লেখ কৰা ডেজাৰ্টসমূহৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিছে।

লগতে পঢ়ক: প্ৰিয়ংকাৰ গোপন কাহিনী ফাদিল! আমেৰিকাৰ পৰা উভতি অহাৰ পিছত খিৰিকীত কিয় গ্ৰীল লগাইছিল পিতৃয়ে?

Apply Now

কেডবেৰী ডাইম চকলেট ডেজাৰ্ট

কেডবেৰী ক্ৰাঞ্চি চকলেট ডেজাৰ্ট

কেডবেৰী ফ্লেক চকলেট ডেজাৰ্ট

কেডবেৰী ডেইৰী মিল্ক বুটাম চকলেট ডেজাৰ্ট

কেডবেৰী ডেইৰী মিল্ক চাংকছ চকলেট ডেজাৰ্ট

কেডবেৰী হিৰোজ চকলেট ডেজাৰ্ট

ইয়াৰ ভিতৰত ফ্লেক এণ্ড ক্ৰাঞ্চি ডেজাৰ্টৰ বাবে ১৭ মে’ আৰু বাকী চাৰিটাৰ বাবে ১৮ মে’ৰ সামগ্ৰী নাখাবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়ক: খেলি থাকোঁতে হঠাতে ৰাস্তাৰ কুকুৰৰ আক্ৰমণ; কামুৰি শৰীৰ চিৰাচিৰ কৰা নাবালকৰ কৰুণ মৃত্যু

এই ঘোষণাৰ পিছৰে পৰা সমগ্ৰ ইউৰোপতে আতংক বিয়পি পৰিছে। হাজাৰ হাজাৰ ষ্ট’ৰৰ পৰা কেডবেৰীৰ সামগ্ৰী আঁতৰোৱা হৈছে। চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল (চিডিচি)ৰ তথ্য অনুসৰি খাদ্যজনিত বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ (লিষ্টেৰিয়াছিছ বুলি কোৱা হয়) লিষ্টেৰিয়াৰ সংক্ৰমণ।

সাধাৰণতে লিষ্টেৰিয়া মনোচাইট’জেনেছ বেক্টেৰিয়াৰ দ্বাৰা দূষিত খাদ্য খোৱাৰ ফলত ইয়াৰ সৃষ্টি হয়। গৰ্ভৱতী মহিলা আৰু ৬৫ বছৰৰ ওপৰৰ বৃদ্ধ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা সৰ্বাধিক, কাৰণ এই বেক্টেৰিয়াই ৰোগ প্ৰতিৰোধ ক্ষমতাত আক্ৰমণ কৰে। ব্ৰিটেইনৰ ফুড ষ্টেণ্ডাৰ্ড এজেন্সীয়ে প্ৰতিজন গ্ৰাহকক তেওঁলোকৰ ৱেবছাইটত সামগ্ৰীৰ মেয়াদ উকলি যোৱাৰ তাৰিখ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: কাৰ কাৰ উদয় হ’ল ভাগ্য? কেনেকৈ চাব তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফল?‎

লিষ্টেৰিয়াছিছৰ লক্ষণসমূহ সাধাৰণ ফ্লুৰ দৰেই। ইয়াৰ ফলত জ্বৰ, পেশী টানি ধৰা বা বিষ, ঠাণ্ডা লগা, ডায়েৰিয়া আদি হ’ব পাৰে। স্বাস্থ্য সংস্থাটোৱে উল্লেখ কৰিছে যে লিষ্টেৰিয়া সংক্ৰমণৰ লক্ষণ আৰু উপসৰ্গসমূহ আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। বিৰল ক্ষেত্ৰত সংক্ৰমণ অধিক ভয়াৱহ হ’ব পাৰে। ইয়াৰ ফলত মেনিনজাইটিছৰ দৰে গুৰুতৰ জটিলতা হ’ব পাৰে। লিষ্টেৰিয়াছিছৰ ফলত গৰ্ভৱতী মহিলাৰ গৰ্ভপাতৰ সম্ভাৱনা বৃদ্ধি পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd