• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰিয়ংকাৰ গোপন কাহিনী ফাদিল! আমেৰিকাৰ পৰা উভতি অহাৰ পিছত খিৰিকীত কিয় গ্ৰীল লগাইছিল পিতৃয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 2:37 pm
প্রিয়ংকা চোপ্ৰা।

প্রিয়ংকা চোপ্ৰা।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰিয়ংকা চোপ্ৰাই প্ৰকাশ কৰিলে নিজৰ জীৱনৰ এক গোপন কাহিনী। তেওঁ কয় যে  তেওঁ মাত্ৰ ১৬ বছৰ বয়সতে যেতিয়া আমেৰিকাৰ পৰা ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ পিতৃ অশোক চোপ্ৰাই তেওঁলোকৰ ঘৰৰ খিৰিকীত গ্ৰীল লগাইছিল।

এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে এবাৰ তেওঁলোকৰ ঘৰৰ বেলকনিত উঠি এজন ল’ৰা পৰিছিল। তেতিয়াৰ পৰাই তেওঁৰ পিতৃ আতংকিত হৈ পৰে। এই ঘটনাৰ পিছত দেউতাকে তেওঁক ঢিলা কাপোৰ পিন্ধিবলৈ কয়। ভাৰতীয় পোছাক পিন্ধিবলৈ কয়।

Apply Now

অভিনেত্ৰীগৰাকীয়ে কয় যে তেতিয়া তেওঁৰ হাতত কোনো ঢিলা কাপোৰ নাছিল। বাধ্য হৈ জিন্সৰ সৈতে দেউতাকৰ টি-চাৰ্ট পিন্ধিবলৈ লয়।  অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে আগতে সকলোৱে তেওঁৰ পোছাকৰ বিষয়ে  কথা পাতিছিল।

হাৱাৰ্ড ষ্টাৰ্ম শ্ব’ত অভিনেত্ৰীগৰাকীয়ে কয়, ‘’মোৰ দেউতাই যেতিয়া মোৰ বয়স মাত্ৰ ১২ বছৰ আছিল তেতিয়াই মোক বিদেশত পঢ়িবলৈ পঠিয়াইছিল। মই তাত গৈয়েই চুটি সাজ-পোছাক পিন্ধি চুলি কাটিবলৈ গৈছিলো। তাৰ পিছত ১৬ বছৰ বয়সত আমেৰিকান হৰম’ন, খাদ্যাভ্যাস আদি লৈ ঘৰলৈ উভতি আহোঁতে মই এগৰাকী ভৰুণ যুৱতী হৈছিলোঁ, ভবাতকৈ বহুত ডাঙৰ হৈছিলোঁ।”

পিতৃৰ সৈতে প্ৰিয়ংকা চোপ্ৰা। ফাইল ফটো।

তেওঁ কয়,”দেশৰ আমাৰ সৰু চহৰখনলৈ উভতি আহোঁতে কেইবাজনো ল’ৰাই ৰাস্তাত ওলালেই মোৰ পিছে পিছে মোক অনুসৰণ কৰিছিল। এজনেতো নিশা একেবাৰে বেলকনিত উঠি পৰি গৈছিল। দেউতাই ইমান ভয় খাইছিল যে বাধ্য হৈ খিৰিকীবোৰত গ্ৰীল লগাইছিল। তেওঁ মোক কৈছিল জিন্স নহয়, ভাৰতীয় কাপোৰ চুৰিদাৰ পিন্ধা। মই য’তেই নাযাওঁ, মোৰ লগত ড্ৰাইভাৰ এজন লগত গৈছিল। তাৰপিছতে মই মোৰ কেৰিয়াৰত প্ৰৱেশ কৰিলোঁ। দেউতাৰ বাবে মোৰ বৰ বেয়া লাগে।’’

প্ৰিয়ংকাই লগতে কয়, ‘’তেতিয়া মই ইয়াৰ গুৰুত্ব বুজি পোৱা নাছিলো। মই নিজকে অজেয় বুলি ভাবিছিলো। এতিয়া মই যেতিয়া ভাবো, এইটো ভাবি অবাক হৈ যাওঁ যে মই সেয়া কি কৰিছিলোঁ! আগতে মই ভাবিছিলোঁ যে মই যি বিচাৰো তাকেই কৰিব পাৰিম। কিন্তু সেইদিনা ৰাতি ঘৰৰ বাহিৰৰ বেলকনিত এজনক দেখি চিঞৰি চিঞৰি দেউতাৰ ওচৰলৈ দৌৰি আহিছিলোঁ। দেউতা অহাত লোকজন পলাই গ’ল যদিও দেউতাই ক’লে যে মই কঠোৰ নিয়ম মানি চলিব লাগিব। জীৱনৰ সেই দুবছৰত মই বৰ অহংকাৰী হৈ পৰিছিলোঁ।’’

প্ৰিয়ংকাহঁত দুই ভাই-ভনী। ভায়েকৰ নাম সিদ্ধাৰ্থ চোপ্ৰা। ২০১৩ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিক জ’নাছৰ সৈতে বিবাহিত আৰু তেওঁ আৰু তেওঁলোকৰ সন্তানৰ সৈতে আমেৰিকাত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd