• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ফেচবুক কৰ্ণাৰ

ফেচবুক কৰ্ণাৰ: NSA, UAPA, PSA, TADA, POTAৰ দৰে আইনৰ ব্যৱহাৰ

বিদিশা বৰ্মন by বিদিশা বৰ্মন
May 4, 2023 9:26 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NSA, UAPA, PSA, TADA, POTAৰ দৰে আইন কেইখন চৰকাৰে ব্ৰিটিছৰ দিনৰ পৰাই দেশৰ নিৰীহ জনগণৰ বিৰুদ্ধে বহু সময়ত নানা ধৰণৰ অজুহাতত ব্যৱহাৰ কৰি আহিছে।

বিভিন্ন চৰকাৰে বিভিন্ন সময়ত এনে ঔপনিৱেশিক আইন দেশৰ বিৰোধী ৰাজনৈতিক কৰ্মী, ট্ৰেড ইউনিয়নৰ নেতা, মানৱ অধিকাৰ কৰ্মী, সাংবাদিক, বুদ্ধিজীৱীৰ মাত স্তব্ধ কৰিবলৈ, প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা আমি দেখিছোঁ, আৰু এনে দমনকাৰী স্বভাৱ বৰ্তমানৰ চৰকাৰ খনৰ এক পৰিচিত চৰিত্ৰ। 

Apply Now

এই কথাটো লগতে উপেক্ষা কৰিব নোৱাৰি যে কংগ্ৰেছ/বিজেপি/(আঞ্চলিক) সকলো চৰকাৰে এই কঠোৰ আইন কেইখন কাশ্মীৰী‌‌ নাগৰিক সকলৰ বিৰুদ্ধে, ধৰ্মীয় সংখ্যালঘু, আদিবাসী, অসম, নাগালেণ্ড, মণিপুৰৰ ৰাজনৈতিক কৰ্মীসকলৰ বিৰুদ্ধে বাৰে বাৰে আৰু অতি সঘনাই ব্যৱহাৰ কৰিছে, বিশেষকৈ যেতিয়াই এই লোকসকলে নিজৰ ভূখণ্ডত ৰাষ্ট্ৰৰ সাম্ৰাজ্যবাদী লুণ্ঠন শাসন আৰু বিভিন্ন চৰকাৰৰ স্বৈৰাচাৰী আচৰণৰ বিৰুদ্ধে সজ্জোৰে প্ৰতিবাদ কৰিছে অথবা জনমত গঢ়িবলৈ চেষ্টা কৰিছে।

ৰাষ্ট্ৰই নিজৰ প্ৰজাৰ স্বাৰ্থ ৰক্ষাৰ পোছাকত, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সক্ৰিয় হোৱাৰ ভাও জুৰি নিজৰ পক্ষত নথকা যিকোনো চেতনা/ধাৰণাক সুবিধাজনকভাৱে দমন কৰে, কৰি আহিছে, অসমৰ ৰাইজক ইয়াৰ উদাহৰণ বোৰ মনত পেলাই দিয়াৰ প্ৰয়োজন কিজানি নাই।

দিশপুৰীয়া ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা আৰু আশীৰ্বাদত কিন্তু জি.পি. সিঙে দুটা সমসাময়িক ঘটনাত ব্যৱস্থা গ্ৰহণ কৰি/নকৰি “অসমীয়া জাতিয়তাবাদী” চেতনাৰ বিৰুদ্ধে কিছু এপাত এৰিলে!

“অসমীয়া এইবোৰ ভাবি চোৱাৰ বহাগেই বতৰ কিজানি!

এইবোৰ দেখি-শুনি এলাই-এথানি, ক’বলৈ মন যায় কঁপাই ধৰণী, 

নতুন পুৰুষে কিছু কাম কৰাৰ ব’হাগেই বতৰ কিজানি!”

বিদিশা বৰ্মন

বিদিশা বৰ্মন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd