• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগ্নিগৰ্ভ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ; হঠাতে কিয় জ্বলি উঠিল শান্ত হৈ থকা ৰাজ্যখন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 3:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত জনজাতীয় সংগঠনৰ প্ৰতিবাদক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

বুধবাৰে ৰাজ্যৰ একাংশ অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাজ্যখনৰ ৰাজ্যপালৰ এক আদেশত দণ্ডাধীশসকলক আইন-শৃংখলা বজাই ৰাখিবলৈ ‘দেখা মাত্ৰেই গুলীচালনা’ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।

একাংশ অঞ্চলত ৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা। তদুপৰি, বৃহস্পতিবাৰে ভাৰতীয় সেনাই ক্ষতিগ্ৰস্ত অঞ্চলত ফ্লেগমাৰ্চ কৰে।

Apply Now

লগতে পঢ়ক: সেনাৰ মতে মণিপুৰ শান্ত; গণ প্ৰহাৰত আহত বিজেপি বিধায়কৰ অৱস্থা সংকটজনক

মণিপুৰৰ জনসংখ্যাৰ কমেও ৫০% মেইটেই সম্প্ৰদায়ে বিগত কেইবছৰমানৰ পৰা অনুসূচিত জনজাতি (এছটি) হিচাপে শ্ৰেণীভুক্ত কৰিবলৈ দাবী জনাই আহিছে।

ভাৰতত যিবোৰ সম্প্ৰদায় ঐতিহাসিকভাৱে সমান সুযোগৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলোকক এছ টি শ্ৰেণীভুক্ত কৰি তেওঁলোকৰ বাবে চৰকাৰী চাকৰি, কলেজত নামভৰ্তি তথা নিৰ্বাচিত জনপ্ৰতিনিধিৰ আসন সংৰক্ষিত কৰা হয়।

যোৱা মাহত মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই জনগোষ্ঠীৰ দাবীসমূহ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ৰাজ্যখনৰ আন জনজাতিসকলৰ মাজত উদ্বেগ প্ৰকাশ পাইছে যে মেইটেইসকলক এছ টিৰ মৰ্যাদা দিলে চাকৰিৰ বাবে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব।

লগতে পঢ়ক: চকুৰ কূটা দাঁতৰ শাল! তুৰস্কত ৰাছিয়াৰ প্ৰতিনিধিক চৰ-ঘোচা ইউক্ৰেইন সাংসদৰ (ভিডিঅ’ চাওক)

মণিপুৰৰ সদৌ জনজাতি ছাত্ৰ সন্থাই মঙলবাৰে আহ্বান কৰা এক সমাৱেশত সহস্ৰাধিক লোকে ইয়াৰ প্ৰতিবাদত যোগদান কৰে।

বাতৰি অনুসৰি, চুৰাচান্দপুৰ জিলাত এই সমাৱেশলৈ অহা প্ৰতিবাদকাৰীৰ সৈতে আন এটা দলে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ পিছত বিষ্ণুপুৰৰ লগতে আন একাংশ অঞ্চলৰ পৰাও সংঘৰ্ষৰ খবৰ পোৱা যায়।

ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰৰ বাহিৰলৈ গুচি যায়। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক কৰি ওলাই যোৱা বিজেপি বিধায়ক এগৰাকীক গণ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। বৰ্তমান চিকিৎসাধীন বিধায়কগৰাকীৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

লগতে পঢ়ক: কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ; সংঘৰ্ষত শ্বহীদ ২ সেনা জোৱান, আহত আন ৪ জন

ৰাজ্যখনৰ অলিম্পিক পদক বিজয়ী খেলুৱৈ মেৰী কমে সংবাদ মাধ্যমক কয় যে, “দুৰ্ভাগ্যজনকভাৱে এই হিংসাত্মক পৰিস্থিতিত একাংশ লোকে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছে।”

অৱশ্যে কৰ্তৃপক্ষই কোনো লোক হতাহত হোৱা বুলি নিশ্চিত কৰা নাই। বৰ্তমান সেনাই ৰাজ্যখনৰ পৰিস্থিতি চম্ভালিছে। আৰক্ষীয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে হেল্পলাইন নাম্বাৰো মুকলি কৰিছে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd