• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব চৰকাৰে অসমক লৈ গৈ আছে শ্ৰীলংকাসদৃশ অৰ্থনীতিলৈ: আপ

পুনৰ ১০০০ কোটি টকাৰ ঋণ ল'ব বিচৰা বিজেপি চৰকাৰে বিত্তীয় অনুশাসন শিকক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2023 9:55 pm
Himanta Biswa Sarma
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’বলৈ আগবাঢ়িছে অসম চৰকাৰ। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে আম আদমী পাৰ্টিয়ে। একমাত্ৰ ঋণৰ সুদ আদায় দিবলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’বলৈ যো-জা চলোৱা বুলি অভিযোগ তুলিছে আপে।

চৰকাৰৰ এই কাৰ্যক আম আদমী পাৰ্টিয়ে লগতে অদূৰদৰ্শী কাৰ্য আৰু চৰকাৰৰ ধোঁৱাখুলীয়া চৰিত্ৰ বুলি অভিহিত কৰিছে। আপৰ অভিযোগ মতে, কোনো উৎপাদনমূলক কামত ব্যয় নকৰাকৈ অসম চৰকাৰ ইতিমধ্যে ইতিমধ্যে ১ লাখ ৩২ হাজাৰ কোটি টকাৰ ঋণ লৈ টেঁটুলৈকে ধাৰত পোত গৈ আছে।

Apply Now

ইয়াৰ পাছতো একমাত্ৰ হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ আৰু ঋণৰ সুদ আদায় দিবলৈকে পুনৰ ১০০০ কোটি টকা ল’বলৈ আগ বঢ়া চৰকাৰে অসমৰ অৰ্থনীতি শ্ৰীলংকাসদৃশ কৰিবলৈ গৈ আছে। এই অভিযোগ আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ।

চৌধুৰীয়ে কয়, “পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজ্যখনক ৩৫,৬৯০ কোটি টকাৰ ঋণৰ বোজা দি থৈ যোৱাৰ পাছত বিজেপি চৰকাৰে মাত্ৰ সাত বছৰতে ৯৬,৩১০ কোটি টকা ঋণ লৈ অভিলেখ গঢ়ি ভাল পোৱা বিজেপিয়ে একপ্ৰকাৰ অভিলেখেই গঢ়িলে। ‘কেগ’ৰ বাৰম্বাৰ সকীয়নিৰ পাছতো গা লৰা নাই হিমন্ত বিশ্ব চৰকাৰৰ।”

“এই বৃহৎ পৰিমাণৰ ঋণৰ ফুটাকড়ি এটাও যোৱা ৭ বছৰত বিজেপি চৰকাৰে আদায় দিয়া নাই। ইয়াৰ বিপৰীতে নতুনকৈ লোৱা ঋণেৰে মাত্ৰ সুদ আদায় দিছে আৰু হিতাধিকাৰীৰ আঁচনিৰ নামত ব্যয় কৰি আছে। ফলত অসমবাসীৰ জনমূৰি ঋণ ৩৭ হাজাৰ টকালৈ বৃদ্ধি পাইছে।”– তেওঁ লগতে কয়।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিত্তীয় অনুশাসন মানি নচলিলে অসমৰ অৰ্থনীতি অতি ভয়াবহ দিশলৈ গতি কৰিব বুলি সাৱধান কৰি দিয়ে আম আদমী পাৰ্টিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd