• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ চুডামা পাণ্ডেৰ জামিন মঞ্জুৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 3, 2018 5:31 pm
-56555_66564

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সুৰক্ষা কৰ্মীৰ গোচৰৰ ভিত্তিত বুধবাৰে গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড় বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ চুডামা পাণ্ডেৰ কালি সন্ধিয়া জামিন মঞ্জুৰ হয়।

উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ স্ত্ৰীৰোগ বিভাগৰ সুৰক্ষাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীজনক ইচ্ছাকৃতভাৱে বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰজনে শাৰিৰীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰজন কালি সন্ধিয়া বৰবাৰি আৰক্ষী চকীৰ পৰা জামিন লাভ কৰে।

Apply Now

চিকিৎসালয়খনৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে মঙলবাৰে বিয়লি চুডামা পাণ্ডে নামৰ বিজেপিৰ নেতাজনে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা কোনো আত্মীয়ৰ খবৰ ল’বলৈ যাওতে সুৰক্ষা কৰ্মীজনে তেওঁক বাধা প্ৰদান কৰে। এই কাৰ্যত ক্ষুন্ন হৈয়ে বিজেপি নেতাজনে সুৰক্ষা কৰ্মীজনৰ লগত তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয়। অভিযোগ অনুসৰি নেতাজনে সুৰক্ষা কৰ্মীজনক শাৰিৰীকভাবেও আক্ৰমণ কৰে যাৰ ফলত সুৰক্ষাৰ দায়িত্বত থকা কৰ্মীগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

সুৰক্ষা কাৰ্যত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীজনে এই ঘটনাৰ বিৰুদ্ধে বৰবাৰি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে। আৰু এই গোচৰৰ ভিত্তিতে  আৰক্ষীয়ে বুধবাৰে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰে যদিও সন্ধিয়ালৈ জামিন লাভ কৰি মুক্তি লাভ কৰে।

ঘটনা সন্দৰ্ভত সুৰক্ষা কৰ্মীজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয়- ‘চুডামা পাণ্ডে নামৰ ব্যক্তিজনে আত্মীয়ক লগ কৰিবলৈ যোৱা সময়ত চিকিৎসকে ৰোগী চাই আছিল। কোঠাৰ ভিতৰত চিকিৎসক থকা বাবে মই তেওঁক যাবলৈ বাধা প্ৰদান কৰিছিলো। বাধা প্ৰদান কৰাত তেওঁ মোৰ লগত অযথা বাক বিতণ্ডা কৰিবলৈ লয় আৰু অৱশেষত তেওঁ মোক শাৰিৰীকভাৱে আক্ৰমণ কৰে আৰু মই বেয়াকৈ আঘাত পাওঁ’।

কিন্তু এই ঘটনাক সম্পূৰ্ণৰূপে নসাৎ কৰি  চুডামা পাণ্ডে সংবাদ মাধ্যমৰ আগত কিছু বেলেগকৈ মন্তব্য প্ৰদান কৰা দেখা যায়। তেওঁ কয় যে মোৰ এগৰাকী আত্মীয় চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা বাবে মই খবৰ ল’বলৈ গৈছিলো। চিকিৎসালয়খনৰ সুৰক্ষা কৰ্মীসকলে ৰোগীসকলৰ লগতে চিকিৎসাধীন হৈ থকা লোকসকলৰ খবৰ ল’বলৈ যোৱা আত্মীয়সকলক দুৰ্ব্যৱহাৰ কৰে বুলিহে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা যায়।

ইফালে এই ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম চুতিয়া ছাত্ৰ সন্থাই। ৰাজ্যৰ মহিলাসকল কিমান সুৰক্ষা বুলি সংগঠনটোৱে প্ৰশ্ন তোলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd