• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী? দাবীদাৰ ডি কে শিৱকুমাৰৰে কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2023 8:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন হব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? এই প্ৰশ্নই দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীত্বৰ অন্যতম দাবীদাৰ ডি কে শিৱৰকুমাৰে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

কংগ্ৰেছ হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে দিল্লীলৈ উৰা মৰাৰ পূৰ্বে কৰ্ণাটকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয় যে তেওঁ নিজকেই একক সংখ্যাগৰিষ্ঠ বুলি গণ্য কৰে সেয়ে তেওঁৰ লগত কিমান বিধায়কৰ সমৰ্থন আছে সেইটো তেওঁৰ বিচাৰ্য বিষয় নহয়।

“যোৱা পাঁচ বছৰত ৰাজ্যৰ ৰাজনীতি কি হৈছিল সেয়া মই এতিয়াই প্ৰকাশ কৰিব নিবিচাৰো। কিন্তু এদিন প্ৰকাশ কৰিম। আমাৰ চৰকাৰ পতন ঘটাই বহু বিধায়কে এৰি যোৱাৰ সময়তো মোৰ অন্তৰ ভাঙি পৰা নাছিল।” ডি কে শিৱকুমাৰে সাংবাদিকৰ আগত এইদৰে কয়।

Apply Now

উল্লেখ্য যে শনিবাৰে ঘোষিত কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ১৩৫ খন আসনত বৃহৎ বিজয় সাব্যস্ত কৰে। ইয়াৰ পাছৰে পৰা ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকেই ব্যাপক জল্পনা কল্পনা অব্যাহত আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া আৰু সভাপতি ডি কে শিৱকুমাৰ দুয়ো  মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ।

দেওবাৰে নৱনিৰ্বাচিত বিধায়কসকলে বিধায়নী দলৰ নেতা অৰ্থাৎ কোন মুখ্যমন্ত্ৰী হ’ব সেই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক দিয়ে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ দুয়োগৰাকী নেতাকে হাই কামাণ্ডে দিল্লীলৈ তলৱ কৰিছে।

দুয়োগৰাকী নেতাক দিল্লীলৈ তলৱ কৰিলেও কংগ্ৰেছ হাই কামাণ্ড কিছু বিপাঙত পৰা বুলি ধাৰণা কৰা হৈছে। সিদ্দাৰমাইয়া এজন প্ৰবীণ আৰু অভিজ্ঞ নেতা হ’লেও শিৱকুমাৰ হৈছে ৰাজ্যখনৰ এজন জনপ্ৰিয় আৰু দক্ষ নেতা।

ইপিনে সিদ্দাৰমাইয়াই তেওঁৰ লগত অধিক বিধায়ক থকা বুলি দাবী কৰাৰ প্ৰত্যুত্তৰত শিৱকুমাৰে অতি তাৎপৰ্যপূৰ্ণভাৱে কয় যে সাহসী লোক এজন নিজেই সংখ্যাগৰিষ্ঠ।   

“মোৰ নেতৃত্বত আমাৰ হাতত ১৩৫ জন বিধায়ক আছে আৰু সকলোৱে বিষয়টো দলৰ হাইকমাণ্ডৰ ওপৰত এৰি দিছে। মোৰ হাতত কোনো ব্যক্তিগত সংখ্যা নাই। মোৰ লগতে আছে কেৱল কংগ্ৰেছৰ সংখ্যা।” ডি কে শিৱকুমাৰে কয়।

ইফালে, ডি কে শিৱকুমাৰ আৰু সিদ্দাৰমাইয়াৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰে ৰাজস্থানৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্ন এৰাই চলি শিৱকুমাৰে কয় যে মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ লগতে ৰাজ্যখনৰ কংগ্ৰেছ নেতাসকলৰ ওপৰত তেওঁৰ আস্থা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd