• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুত জব্দ চোৰাং সৰবৰাহৰ বাবে অনা ১৮ কেজি তিমিৰ বমি; মূল্য প্ৰায় ৩২ কোটি টকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2023 1:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুত সন্ধান পোৱা গৈছে তিমিৰ বমি সৰবৰাহ চক্ৰৰ। ৰাজহ বিষয়াই টুটিকোৰিন উপকূলত অভিযান চলাই ১৮ কেজি বমি জব্দ কৰে। যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ৩১ কোটি ৬৭ লাখ টকা।

যোৱা ১৮ মে’ত ৰাজহ বিভাগৰ বিষয়াসকলে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে তামিলনাডুৰ উপকূলৰ পৰা তিমিৰ বমি চোৰাংভাৱে অনা হৈছে। সেই খবৰ পাই শনিবাৰে বিষয়াসকলে টুটিকোৰিন উপকূলত অভিযান চলায়।

গাড়ীৰে চোৰাংভাৱে বমিখিনি সৰবৰাহ কৰা হৈছিল। তদন্তকাৰী দলে গাড়ীখন জব্দ কৰি সন্মুখৰ চিটৰ তলৰ পৰা ১৮ কেজি ১০০ গ্ৰাম বমি উদ্ধাৰ কৰে। লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

লগতে পঢ়ক: ডিব্ৰুগড়ত জঘণ্য কাণ্ড! চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক

ধৃত লোককেইজনে জনোৱা মতে, তিমিৰ বমি প্ৰায়ে টুটিকোৰিন উপকূলৰ পৰা চোৰাংভাৱে অনা হয়। কিন্তু ক’ত সৰবৰাহৰ হয় সেই সন্দৰ্ভত তেওঁলোকে মুখ খোলা নাই। অৱশ্যে তদন্তকাৰী বিষয়াসকলে এই বমি ক’ৰ পৰা সৰবৰাহ কৰা হৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে। কেৱল সেয়াই নহয়, তেওঁলোকে এই সৰবৰাহৰ চক্ৰটো ক’ত ক’ত বিয়পি পৰিছে সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

তিমিৰ বমিক ‘এম্বাগ্ৰিছ’ বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘স্পাৰ্ম হোয়েল’ৰ বমিৰ বিৰাট দাম। চাহিদাও বেছি। এই তিমি প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত সংৰক্ষিত প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ হাতত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা! প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক

ৰাজহ বিভাগৰ বিষয়াসকলে কয় যে এনেধৰণৰ চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ উপকূলীয় অঞ্চলত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হ’ব। ৰাজহ বিভাগে বিগত দুবছৰত ৪০ কেজি বমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ৫৪ কোটি টকা বুলি কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd