• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৬৭.০৪ শতাংশ

চভাপতি চামম by চভাপতি চামম
May 4, 2018 11:14 am
Manipur-HS-results-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে মণিপুৰৰ শিক্ষা মন্ত্ৰী থকছম ৰাধেশ্যামে ঘোষণা কৰিলে ৰাজ্যখনৰ ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাত যোৱা বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ এই বৰ্ষত কিছু পৰিমানে হ্ৰাস পোৱা পৰিলক্ষিত হ’ল।

শিক্ষা মন্ত্ৰীগৰাকীয়ে জনায় যে এই ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মুঠ ২৭,৭৭৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। আৰু ইয়াৰে ১৮,৬২১ গৰাকী পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ লগতে জানিবলৈ দিয়ে যোৱা বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৮.৮১ শতাংশৰ বিপৰীতে এই বৰ্ষত ৬৭.০৪ শতাংশ পৰীক্ষাৰ্থীহে উত্তীৰ্ণ হয়।

Apply Now

অতি কম সময়ৰ ভিতৰতে মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ বিষয়া কৰ্মচাৰীসকলে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা কাৰ্যত আপ্লুত হৈ শিক্ষা মন্ত্ৰীগৰাকীয়ে পৰিষদৰ সকলো বিষয়া কৰ্মচাৰীকে শুভেচ্ছাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত কালি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰা হয়।

ইফালে ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ ৯৬.৮০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষ স্থান দখল কৰিছে ননি জিলাই। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ পৰা মুঠ ৩৪৪ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৩৩৩ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে পশ্চিম ইম্ফল জিলাৰ পৰা সৰ্বাধিক ৯৬০৬ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৬৬৬৪ গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হয়।

কলা শাখাত ৰাজ্যখনৰ ৭০৭৯ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৫০৪৮ গৰাকী উত্তীৰ্ণ হোৱা বুলি সদৰী কৰে।

ইফালে বিজ্ঞান শাখাত ২০,১৯৩ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় ১৩,২৪০ গৰাকী পৰীক্ষাৰ্থী। আৰু বাণিজ্য শাখাত ৫০৪ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৩৩৩ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কাৰ্যসূচীত শিক্ষা মন্ত্ৰীগৰাকীৰ উপৰি শিক্ষা বিভাগৰ আয়ুক্ত সুমন্ত সিং, শিক্ষা সঞ্চালক কিৰনকুমাৰ সিং, মণিপুৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ মহেন্দ্ৰ সিং, পৰিষদৰ বিষয়া কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো লোক উপস্থিত থাকে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd