• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 1:23 pm
প্রতিনিধিত্বমূলক ফাইল ফটো।

প্রতিনিধিত্বমূলক ফাইল ফটো।

180
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পশ্চিম ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। দেশৰ পেস্কোভ আৰু টিভাৰ অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। ইয়াৰ ভিতৰত পেস্কোভ অঞ্চলৰ এটা তেল শোধনাগাৰৰ ভৱনত দুটাকৈ ড্ৰোন আক্ৰমণৰ ফলত মাৰাত্মক বিস্ফোৰণ ঘটে।

পেস্কোভ অঞ্চলৰ গৱৰ্ণৰ মিখাইল ভেডেনিকোভে এক টেলিগ্ৰাম বাৰ্তাত কয় যে পাইপলাইনৰ মাজেৰে তেল কঢ়িয়াই অনা কোম্পানী এটাৰ প্ৰশাসনিক ভৱনত ড্ৰ’নেৰে আক্ৰমণ চলোৱা হৈছে।

লগতে পঢ়ক: গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

নেভাৰস্কি জিলাৰ লিটভিনোভ’ অঞ্চলৰ তৈলক্ষেত্ৰত সংঘটিত হয় এই দুটা ড্ৰ’ন আক্ৰমণৰ ঘটনা।

এক সুকীয়া বিবৃতিত টিভেৰ অঞ্চলৰ গৱৰ্ণৰ ইগ’ৰ ৰুডেনিয়াই কয় যে এনয়াড্ৰিয়ানোপলস্কি জিলাৰ য়েৰ’খিনো গাঁৱৰ ওচৰত এখন ড্ৰ’ন বিধ্বস্ত হয়।

দুয়োটা অঞ্চলৰ ৰাজ্যপালে কোনো ধৰণৰ হতাহতিৰ খবৰ দিয়া নাই। এই আক্ৰমণত ইউক্ৰেইনৰ সেনা জড়িত বুলি ৰাছিয়াই দাবী কৰিছে।

লগতে পঢ়ক: লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল ‘চাইনা ভ’ডকা’ পান! প্ৰাণ গ’ল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ

শেহতীয়াকৈ ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ দুটা বিদ্ৰোহী গোটৰ সৈতে সীমান্তৰ দুখন ৰাছিয়াৰ গাঁৱত আক্ৰমণ চলাইছে। কিন্তু ৰাছিয়াই লগে লগে প্রত্যাক্রমণ চলাই  মস্কো বিৰোধী বিদ্ৰোহী গোটৰ ৭০জনক হত্যা কৰে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd