• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰাজক ৰাজ! আমেৰিকাত স্মৃতি দিৱসৰ উদযাপন অনুষ্ঠানত গুলীচালনা; নিহত কমেও ১৬ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 12:00 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বহীদ স্মৃতি দিৱস উপলক্ষে সাধাৰণ বন্ধৰ দিনত অনুষ্ঠিত আমেৰিকাৰ বিভিন্ন অনুষ্ঠানত সংঘটিত গুলীচালনাৰ ঘটনাত কমেও ১৬ জন লোক নিহত হোৱাৰ লগতে ডজন সংখ্যক লোক আহত হৈছে।

আমেৰিকাৰ হৈ বিভিন্ন যুদ্ধত প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলক স্মৰণ কৰি প্ৰতি বছৰে স্মৃতি দিৱস উদযাপন কৰা হয়। ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰি দেশৰ সকলো স্তৰৰ লোকে শ্বহীদসকলক শ্ৰদ্ধা জনাই বিভিন্ন সাপ্তাহিক অনুষ্ঠানৰ আয়োজন কৰে।

লগতে পঢ়ক: পাঁচবাৰ আইপিএল জয়; ঘৰৰ ল’ৰা ধোনিক প্ৰশংসাৰে উপাঁচবাৰ আইপিএল জয়; ঘৰৰ ল’ৰা ধোনিক প্ৰশংসাৰে উপচাই দিলে মুখ্যমন্ত্ৰী ষ্টেলিনে!

Apply Now

এই সাপ্তাহিক ছুটীৰ দিন সোমবাৰে গুলীচালনাৰ ঘটনাৰে সমাপ্ত হয়। সমগ্ৰ দেশৰ কমেও আঠখন প্ৰদেশ সমুদ্ৰ তীৰত, বিদ্যালয় আৰু মটৰ চাইকেল শোভাযাত্ৰাত গুলীচালনা, বন্দুকধাৰীৰ আক্ৰমণ আৰু হিংসাত্মক ঘটনা সংঘটিত হৈছে। নিহতসকলৰ ভিতৰত কিশোৰ-কিশোৰী আৰু ৬০ বছৰীয়া লোকো আছে।

ফ্ল’ৰিডাৰ হলিউড বিচ অঞ্চলত স্থানীয় সময় অনুসৰি সোমবাৰে সন্ধিয়া সংঘটিত হোৱা গুলীচালনাত ৯ জন লোক আহত হয়। সেই সময়ত তেওঁলোকে মিয়ামিৰ উত্তৰত আটলাণ্টিক উপকূলত ছুটী উপভোগ কৰি আছিল।

লগতে পঢ়ক: ৩০ মে : ভোলানাথ বৰুৱাৰ স্মৃতিত অসম বাণিজ্য দিৱসৰ প্ৰাসংগিকতা

আৰক্ষীৰ মতে, দুটা গোটৰ মাজত হোৱা তৰ্ক-বিতৰ্ক আৰু বিবাদ হিংসাত্মক ৰূপত পৰিণত হয়। ইয়াৰে ৯ জন আক্ৰান্তক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আহতসকলৰ ভিতৰত শিশুও আছে।

হলিউড আৰক্ষীৰ মুখপাত্ৰ ডায়েনা বেটিনেস্কিয়ে যোৱা নিশা এখন সংবাদমেলত কয় যে ঘটনাস্থলীৰ পৰা এজন ব্যক্তিক জিম্মাত লোৱা হৈছে আৰু এজন সন্দেহযুক্ত লোকক বিচাৰি থকা হৈছে।

লগতে পঢ়ক: IPL 2023 Final: বৰ্ষাস্নাত ফাইনেলত চেন্নাইৰ বিজয়গাথা! উজলিল ধোনিৰ মুখ, স্বপ্নভংগ হাৰ্দিকৰ

এই বন্ধত বন্দুকৰ আক্ৰামণৰ প্ৰথমটো কাণ্ড সংঘটিত হৈছে স্থানীয় সময় অনুসৰি শুকুৰবাৰে বিয়লি। চিকাগো টেলিমুণ্ডো অঞ্চলৰ নৰ্থ এভিনিউ বিচত দুটা গোটৰ মাজত কাজিয়া সংঘটিত হয়।

চিকাগোৰ কাণ্ডত কোনো লোকৰ মৃত্যু হোৱা নাই। কিন্তু তাৰ আগতে চিকাগোত এসপ্তাহজোৰা গুলীচালনাৰ ঘটনাত আঠজন লোক নিহত হয়। আহত হৈছে কমেও ৩২জন লোক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd