• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিলসাকোঁত উচ্ছেদ চলোৱাৰ পূৰ্বে অনিল নগৰত অশোক সিংঘালৰ ২০ মহলীয়া অবৈধ অট্টালিকা ভাঙি দেখুৱাওক – আপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2023 3:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ সাজু হোৱা জি এম ডি এ প্ৰথমে গুৱাহাটীৰ অনিল নগৰত থকা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ প্ৰটেকৰ ২২ মহলীয়া অবৈধ অট্টালিকাটো ভাঙি দিয়ক । এই মন্তব্য আপ, অসমৰ উপ সভাপতি জিতুল ডেকাৰ। 

আজি আপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত জিতুল ডেকাই কয় যে – গুৱাহাটী মহানগৰীত চৰম বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে। উন্নয়নৰ নামত জধে মধে গাঁত খান্দি ভয়ানক পৰিৱেশ কৰিছে। ক’ৰবাত যদি গাঁতত নপৰাকৈ প্ৰাণটো ৰক্ষা পৰে তেন্তে নিৰ্মীয়মান উৰণীয়া সেঁতুৰ তলেৰে গৈ থাকিলে ওপৰৰ পৰা লোহা নাইবা উল্কাপিণ্ডৰ দৰে জুইৰ ফিৰিঙতি পৰি সাধাৰণ লোক আঘাত প্ৰাপ্ত হব পাৰে। ৰাজধানী চহৰ খনত খোৱাপানীৰ সংকট, যাতায়তৰ উপযুক্ত ৰাস্তা নাই। উন্নয়নৰ নামত চৰকাৰী কাৰ্যালয় ভাঙিছে – পাতিছে, উৰণীয়া সেঁতু নিৰ্মাণ কৰা হৈছে। খোৱা পানীৰ দৰে মৌলিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰা চৰকাৰ খনে আকৌ উন্নয়নৰ নামত শিলসাঁকোত পুনৰ উচ্ছেদৰ বিভীষিকা নমাই আনিছে।

Apply Now

যোৱা ফ্ৰেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত চৰকাৰে শিলসাঁকোত উচ্ছেদ চলাই ৫ শতাধিক পৰিয়ালক উচ্ছেদ কৰিছে। সেই খিলঞ্জীয়া পৰিয়াল সমূহক আজিলৈ সংস্থাপন, ক্ষতিপুৰণ নিদিলে। ইয়াৰ পিছত এইবাৰ পুনৰ একেটা অঞ্চলত দুই শতাধিক পৰিয়ালক উচ্ছেদ চলাব ওলাইছে। কিন্তু GMDA অনিল নগৰত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰৰ মালিকানাধীন ‘ প্ৰটেক হাউচিঙ’ৰ ২০ মহলীয়া অবৈধ অট্টালিকাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। ইতিমধ্যে আপ,অসমে এই কথা ৰাজহুৱা কৰি বিষয়টো সন্দৰ্ভত ব্যৱস্থা লবলৈ ৰাজ্যপালৰ ওচৰত স্মাৰক পত্ৰও দাখিল কৰিছে। কিন্তু চৰকাৰে আজিলৈ এই ক্ষেত্ৰত কোনো ব্যৱস্থা নললে। এনে পৰিস্থিতিত একে GMDA শিলসাঁকোত উচ্ছেদ চলোৱাৰ কোনো নৈতিক অধিকাৰ নাই।

শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই অনিল নগৰত ‘ প্ৰটেক হাউচিঙৰ অবৈধ অট্টালিকাটো জোখ মাপ কৰি উচ্ছেদ চলাই দেখুৱাওক। কাৰণ সেই ২০ মহলীয়া অট্টালিকাটোলৈ অহা যোৱা কৰিবলৈ উপযুক্ত পথ নাই।এনে ক্ষেত্ৰত GMDA এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰিবলৈ কি দৰে অনুমতি দিছিল। মুখ্যমন্ত্ৰীয়ে সততে কয় যে তেওঁৰ চৰকাৰৰ দিনত দুৰ্নীতি হব নোৱাৰে।কিন্তু অশোক সিংঘালৰ প্ৰটেকৰ ক্ষেত্ৰত চৰকাৰৰ নীতি সুকীয়া বুলি প্ৰমাণ হৈছে। যদি আইন সকলোৰে বাবে সমান তেনেহলে শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে চৰকাৰে অনিল নগৰত প্ৰটেক হাউচিঙক অবৈধ নিৰ্মাণ চলাবলৈ দিয়া GMDA ৰ বিষয়া, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল, নাৰায়ণ ডেকাৰ  বিৰুদ্ধে ব্যৱস্থা লওক। আপ ,অসম জলাশয় সংৰক্ষণৰ বিৰোধী নহয়। কিন্তু এই ক্ষেত্ৰত চৰকাৰে সমান দৃষ্টিভংগী লব লাগে। শিলসাকোঁক সংৰক্ষণ কৰিব বিচৰা চৰকাৰে আকৌ উত্তৰ গুৱহাটীৰ জলাশয় সমূহ এফালৰ পৰা পুতি  পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰা পৰিলক্ষিত হৈছে। 

আপ অসমৰ স্পষ্ট কথা শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে অনিল নগৰত প্ৰটেক হাউচিঙৰ কেলেংকাৰীৰ তদন্ত কৰি অভিযুক্ত সকলৰ বিৰদ্ধে ব্যৱস্থা গ্ৰহণ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd