• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Miss World 2023: ২১ বছৰীয়া মিছ ইণ্ডিয়া ছিনি শ্বেট্টী এইবাৰ বিশ্ব সুন্দৰীৰ মঞ্চত; জানেনে এই সুন্দৰীৰ পৰিচয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2023 12:33 pm
15.6k
VIEWS
Share on FacebookShare on Twitter

২১ বছৰীয়া ছিনি শ্বেট্টী বৰ্তমান কৰ্ণাটকত বাস কৰে। অৱশ্যে ছিনিৰ জন্ম হৈছিল মুম্বাইত। মিছ ইণ্ডিয়াৰ পূৰ্বে মিছ টেলেণ্ট পুৰস্কাৰো লাভ কৰিছিল। তেওঁ একাউণ্টছত স্নাতক ডিগ্ৰী লাভ কৰে। চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট হ’বলৈ তেওঁ সহায়ক হিচাপেও কাম কৰিছিল।

২৭ বছৰৰ পাছত এইবাৰ পুনৰ ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা। ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ সেই সুন্দৰ মুহূৰ্তটো দেশবাসীয়ে প্ৰত্যক্ষ কৰিবলৈ ওলাইছে। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা সংস্থাৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে ৮ জুনত দিল্লীত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখন সম্ভৱতঃ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। অৱশ্যে তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। যোৱা বছৰ পুৱাৰ্টো ৰিকোৰ ছান জুয়ানে মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিছিল। বিগত বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী ছিনি শ্বেট্টীয়ে এইবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ছিনিয়ে ৪ বছৰ বয়সৰ পৰাই শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। এতিয়াও নিয়মিতভাৱে ভৰতনাট্যম অনুশীলন কৰি আছে। ১৪ বছৰ বয়সত তেওঁ নিজে এখন নৃত্য নাট্য প্ৰযোজনা কৰিছিল যিখন দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল।

ছিনিয়ে সদায় চেষ্টা কৰে যাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত অৰ্থপূৰ্ণ হয়, যাতে মনৰ ভিতৰত সোমাই থাকে। দেশৰ যুৱক-যুৱতীসকলকো তেওঁ একে উপদেশ দিছে।

তেওঁ কয় যে যিখিনি সময় বাকী থাকে সেয়া যেন আমাৰ নিজৰ থাকে, কাৰণ আমি সেই মুহূৰ্তৰ ওচৰত ঋণী। লগতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। জীৱনে দিয়া সকলো সুযোগৰ সুবিধা ল’ব লাগিব।

এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ১৩০ জন সুন্দৰীয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকে নিজৰ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিব। তেওঁলোকে এমাহ ভাৰতত থাকিব। সেই সময়ত তেওঁলোকক দেশৰ সংস্কৃতি আৰু বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব। ভাৰতে এই পৰ্যন্ত ৬ বাৰকৈ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়লাভ কৰিছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd