• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত নিৰ্বাপিত হোৱা নাই বিদ্ৰোহৰ অগনি : প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2023 5:50 pm
701
VIEWS
Share on FacebookShare on Twitter

শাম কটা নাই মণিপুৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাজাৰ বিজাৰ সেনা মণিপুৰলৈ প্ৰেৰণ কৰাৰ পিছতো এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত। অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত কাৰ্ফিও জাৰী কৰাৰ লগতে ইণ্টাৰনেট সেৱাৰ কৰ্তন ২০ জুনলৈকে সম্প্ৰসাৰিত কৰা হৈছে।

এনে পৰিস্থিতিতে শুকুৰবাৰে নিশা উন্মত্ত প্ৰতিবাদকাৰীয়ে ভাৰতীয় জনতা পাৰ্টিৰ এটা কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰি দিয়াৰ খবৰ আহি পৰিছে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা নাই।

জানিব পৰা মতে, খোংমান ওক্ৰম চুথেকত অৱস্থিত থংজু বিধান সভা সমষ্টিৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এই ঘটনা সংঘটিত হৈছে।

প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰাৰ পিছত কাৰ্যালয়টো  জ্বলাই দিবলৈ উদ্ৰত হৈছিল যদিও যথেষ্ট তৰ্ক-বিতৰ্কৰ অন্তত প্ৰতিবাদকাৰীসকল আঁতৰি যায়।

ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে ইম্ফলৰ কংবাত থকা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ চৰকাৰী বাসগৃহ জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে। মন্ত্ৰীগৰাকী কেৰালাত থকাৰ সময়তে ঘৰটোত জুই লগাই দিছিল প্ৰতিবাদকাৰীসকলে। 

ঘটনাৰ পিছত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিবাদকাৰী সকলে ঘৰটো ঘেৰি ৰখাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীয়ে ঠাইখনত প্ৰৱেশ কৰিব নোৱাৰিলে। যাৰ বাবে ঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ যায়।

আনহাতে বুধবাৰে পশ্চিম ইম্ফলত থকা মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীসকলে। 

Recent News

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd