• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোনিত সংক্ৰমণ বা খজুৱতি হৈছে নেকি? হ’লে কি কৰিব?

এন ই নাও, গুৱাহাটী by এন ই নাও, গুৱাহাটী
June 25, 2023 5:08 pm
350
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোনিৰ সংক্ৰমণ বা যোনিৰ কেণ্ডিডিয়াছিছ হৈছে যোনিত প্ৰাকৃতিকভাৱে বাস কৰা ভেঁকুৰৰ অতিমাত্ৰা বৃদ্ধিৰ ফলত হোৱা এটা সাধাৰণ অৱস্থা, যাক কেণ্ডিডা এলবিকেন্স বুলি কোৱা হয়।

যোনিত বাস কৰা ভেঁকুৰৰ অতিমাত্ৰা বৃদ্ধিয়ে বিৰক্তি, প্ৰদাহ, খজুৱতি, আৰু বিষাক্ত স্ৰাৱৰ সৃষ্টি কৰিব পাৰে। সকলো নাৰীয়ে জীৱনত কম বেছি পৰিমাণে যোনিৰ সংক্ৰমণৰ অভিজ্ঞতা লাভ কৰে।

Apply Now

যদি আপোনাৰ যোনিত সংক্ৰমণৰ লক্ষণ দেখা গৈছে, তেন্তে গ্ৰহণ কৰিবলগীয়া প্ৰথমটো পদক্ষেপ হ’ল স্ত্ৰীৰোগ বিশেষজ্ঞ বা চিকিৎসকৰ ওচৰলৈ গৈ নিশ্চিত কৰা যে আপুনি প্ৰকৃততে যোনিৰ সংক্ৰমণত ভুগিছে।

যোনিৰ সংক্ৰমণৰ লক্ষণ সমূহ কি কি?

১. যোনিৰ সংক্ৰমণৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত হ’ল যোনিৰ পৰা ডাঠ বগা বা হালধীয়া ৰঙৰ স্ৰাৱ নিৰ্গত হোৱা।

২. যোনিত খজুৱতিৰ সৃষ্টি হোৱা।

৩. প্ৰস্ৰাৱ কৰাৰ সময়ত বা যৌন সম্পৰ্কৰ যোনিত সময়ত জ্বলা-পোৰা হোৱা।

৪. যৌন সম্ভোগৰ পিছত যোনীত চাৰিওফালে ফুলি উঠা।

৫. যোনিৰ ভিতৰত বা বাহিৰত ৰঙা দাগ পৰা।

যোনিৰ সংক্ৰমণ হ’লে কি কৰিব?

যদি আপুনি আগতে যোনিৰ সংক্ৰমণত ভুগিছে আৰু সংক্ৰমণ হৈছে বুলি সন্দেহ কৰিছে, তেন্তে আপুনি সকাহ পাবলৈ কেইবাটাও ঘৰুৱা উপায় চেষ্টা কৰিব পাৰে।

১/ গ্ৰীক দৈ

দৈক প্ৰ’বায়’টিক গণ্য কৰা হয়। ইয়াত জীৱিত বেক্টেৰিয়া যেনে লেক্ট’বেচিলাছ এচিড’ফিলাছ থাকে। এই বেক্টেৰিয়াই আপোনাৰ যোনিত সুস্থ পৰিৱেশ গঢ়ি তোলাত সহায় কৰে। যোনিৰ চাৰিও ফালে অৰ্থাৎ ভালভাত দৈৰ লেপন দিব লাগে। পৰিষ্কাৰ টেম্পন এপ্লিকেটৰ বা আপোনাৰ আঙুলি ব্যৱহাৰ কৰি যোনিত দৈ ভৰাব লাগে।

২) বৰিক এচিড

বৰিক এচিড এবিধ শক্তিশালী এন্টিচেপ্টিক। ই যোনিক বেক্টেৰীয়ামুক্ত কৰাত সহায় কৰিব পাৰে। কিন্তু ব’ৰিক এচিড বিষাক্ত। ইয়াৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে, তীব্ৰ ৰক্ত সঞ্চালন তন্ত্ৰ বিকল হ’ব পাৰে। গতিকে ঘাঁত কেতিয়াও বৰিক এচিড ব্যৱহাৰ নকৰিব। যদি আপুনি গৰ্ভৱতী, তেন্তে কোনো ধৰণৰ বৰিক এচিড ব্যৱহাৰ নকৰিব।

৩) নাৰিকল তেল

নাৰিকল তেলত এন্টিফাংগেল গুণ আছে। গতিকে যোনিত হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ যোনিত নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

৪) ভিটামিন চি যুক্ত খাদ্য

ভিটামিন চি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ভিটামিন চিয়ে যৌন সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব পাৰে। সেয়ে আপোনাৰ দৈনিক খাদ্যৰ তালিকাত ভিটামিন চি যুক্ত খাদ্য যেনে – আমলখি, নেমু, কমলা, জলকীয়া আদি যোগ কৰক।

এন ই নাও, গুৱাহাটী

এন ই নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd