• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰেশ বৰুৱা এজন অপৰাধী, আলফাই কেৱল নিৰীহ লোককহে হত্যা কৰিলেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 2:06 pm
ATTACHMENT

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত বৰডুমচা থানাৰ অৰ্ন্তগত খজুৱা পথাৰত আলফা(স্বাঃ)ৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শ্বহীদ হোৱা বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আলফাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাজ্যৰ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি জন্মলগ্নৰে পৰা আলফাৰ বিৰোধিতা কৰি অহা বিশিষ্ট সাংবাদিক গৰাকীয়ে কয়— ‘আলফাৰ বাবে অসমৰ পৰা ৪৫ হাজাৰ কোটি টকাৰ মূলধন গ’ল। সেই সময়ত আলফাৰ বাবেই অসমৰ পৰা গুচি গ’ল বহু ব্যৱসায়ী। আনকি আলফাৰ বাবেই অসমীয়া ল’ৰাক সন্ত্ৰাসবাদী বুলি ভবা হ’ল।

Apply Now

আনহাতে আলফা প্ৰসংগতে সংবাদ মেলখনত সৰৱ হৈ পৰে সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। তেওঁ কয় যে পৰেশ বৰুৱাক এজন অপৰাধী। এজনো অসৎ লোকক হত্যা কৰিব নোৱাৰা আলফাই কেৱল নিৰীহ লোককহে হত্যা কৰিলে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ আলফা আৰু পৰেশ বৰুৱাক মুকলিকৈ সমালোচনা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল বিশিষ্ট সাংবাদিক গৰাকীয়ে। শেহতীয়াভাৱে আলফাৰ গুলীত বৰডুমছা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ এদিন পাছতে প্ৰবীণ সাংবাদিক গৰাকীয়ে পুনৰ আলফাত তুলাধূনা দিয়াটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

অসমীয়া মুছলমানৰ সংৰক্ষণ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কয় যে আহোমসকল অহাৰ সময়তে অসমলৈ আহিছিল মুছলমানসকলো। কেৱল আক্ৰমণ কৰিবলৈ অহা নাছিল এওঁলোক। ব্যৱসায়–বাণিজ্য, দেশ ভ্ৰমণ আদিৰ বাবেহে আহিছিল অসমলৈ।

অসমীয়া মুছলমানৰ স্বভাৱ-চৰিত্ৰ কিছু পৃথক, অসমীয়া মুছলমানৰ কেৱল নামটোহে মুছলমান, কিন্তু সকলো ফালৰ পৰা তেওঁলোক অসমীয়া। অসমীয়া মুছলমানসকল বঞ্চিত হৈ আহিছে, তেওঁলোকৰ হৈ মাত মাতিব লাগিব আমি। আনহাতে বিধানসভাত ৬গৰাকী অসমীয়া মুছলমান আৰু লোকসভাত এগৰাকী অসমীয়া মুছলমান সাংসদৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে।

Top of Form

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd